বগা টাই (ইংৰাজীঃ White Tai), টাই-খাও বা টাই-ডন হৈছে চীন, লাওছ আৰু ভিয়েটনামৰ এটা টাই জনগোষ্ঠী। ভিয়েটনামত তেওঁলোকক টাই দন বুলি কোৱা হয় আৰু অইন টাই জনগোষ্ঠীৰ গোটত অন্তৰ্ভুক্ত কৰা হয়। ভিয়েটনাম চৰকাৰৰ দ্বাৰা স্বীকৃত ৫৪টা জনগোষ্ঠীৰ ভিতৰত টাই জাতি হৈছে তৃতীয় বৃহত্তম জাতি। তেওঁলোকে চীনৰ য়ুন্নান পৰা ভিয়েটনাম আৰু লাওছলৈ প্ৰব্ৰজন কৰিছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই দন জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৪৯৯৫৪০ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।