অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ঝুমৰা

ঝুমৰা হৈছে হিন্দুস্তানী সংগীতৰ এটা তাল। ঝুমৰা তালত ১৪টা বিট থাকে। ঝুমৰা প্ৰায়ে বিলম্বিত বা অতি-বিলম্বিত (ধীৰ গতিৰ) খেয়ালত ব্যৱহৃত হয়।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৫ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ঝুমৰা হৈছে হিন্দুস্তানী সংগীতৰ এটা তাল। ঝুমৰা তালত ১৪টা বিট থাকে।১২৩ ঝুমৰা প্ৰায়ে বিলম্বিত বা অতি-বিলম্বিত (ধীৰ গতিৰ) খেয়ালত ব্যৱহৃত হয়।৪

বিন্যাস

ঝুমৰা তালক এনেদৰে গণনা কৰিব পাৰি:

  • হাততালি, ২, ৩, হাততালি, ২, ৩, ৪, হাত জোকাৰ, ২, ৩, হাততালি, ২, ৩, ৪

বা এনেদৰে গণনা কৰিব পাৰি:

  • হাততালি, ২, ৩, হাততালি, ৫, ৬, ৭, হাত জোকাৰ, ৯, ১০, হাততালি, ১২, ১৩, ১৪

ঠেকা

ঝুমৰাৰ বিন্যাস নিম্নলিখিত:১

ধিন | -ধা | তিৰিকাটা ধিন | ধিন | ধা গে | তিৰিকাটা তিন | -তা | তিৰিকাটা ধিন | ধিন | ধা গে | তিৰিকাটা

ঝুমৰাৰ ঠেকা এনেদৰে বিন্যাস কৰিব পাৰি:

মাত্ৰা১২৩৪৫৬৭৮৯১০১১১২১৩১৪
বোলধিন-ধাতিৰিকাটাধিনধিনধা গেতিৰিকাটাতিন-তাতিৰিকাটাধিনধিনধা গেতিৰিকাটা
হাততালি/হাত জোকাৰহাততালি২৩হাততালি২৩৪হাত জোকাৰ২৩হাততালি২৩৪

তথ্যসূত্ৰ

- Jhoomra Tala, chandrakantha.com, accessed 2 July 2012. - Courtney, David, Learning the Tabla, Mel Bay Publications, 24 September 2009, ISBN 978-0-7866-7367-4, pages 53–. - Dhar, Sheila, Raga'n Josh: Stories from a Musical Life, Orient Blackswan, 1 July 2005, ISBN 978-81-7824-117-3, pages 231–. - Ranade, Ashok D., Hindustani Music: An Outline of Its Structure and Development, National Book Trust, 1990, ISBN 978-81-237-0208-7, pages 94–96.

তথ্যসূত্ৰ

  1. ↑ Jhoomra Tala
  2. ↑ Courtney, David. (24 September 2009). Learning the Tabla. Mel Bay Publications. পৃ. 53–. ISBN 978-0-7866-7367-4
  3. ↑ Dhar, Sheila. (1 July 2005). Raga'n Josh: Stories from a Musical Life. Orient Blackswan. পৃ. 231–. ISBN 978-81-7824-117-3
  4. ↑ Ranade, Ashok D. (1990). Hindustani Music: An Outline of Its Structure and Development. National Book Trust. পৃ. 94–96. ISBN 978-81-237-0208-7

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুমৰা” প্ৰবন্ধৰ সংশোধন ৫৩৯৬৫৭ (২২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।