অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জ্যোতিপ্ৰসাদ এজ্‌ এ ফিল্ম মেকাৰ

জ্যোতিপ্ৰসাদ এছ এ ফিল্ম মেকাৰ (Jyotiprasad as a Film Maker) গৌহাটী চাইন ক্লাবৰ সৌজন্যত প্ৰকাশিত অপূৰ্ব শৰ্মাৰ দ্বাৰা ৰচিত আৰু আদি পাব্লিকেশ্যনছৰ ৰাজীৱ বৰুৱাৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ৷ এই গ্ৰন্থখনে ২০০৫ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱস, শিল্পী দিৱসৰ দিনাখনত মুক্তি পাইছিল৷ গ্ৰন্থখনত…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

জ্যোতিপ্ৰসাদ এছ এ ফিল্ম মেকাৰ (Jyotiprasad as a Film Maker) গৌহাটী চাইন ক্লাবৰ সৌজন্যত প্ৰকাশিত অপূৰ্ব শৰ্মাৰ দ্বাৰা ৰচিত আৰু আদি পাব্লিকেশ্যনছৰ ৰাজীৱ বৰুৱাৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ৷ এই গ্ৰন্থখনে ২০০৫ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱস, শিল্পী দিৱসৰ দিনাখনত মুক্তি পাইছিল৷১২ গ্ৰন্থখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্ৰ নিৰ্মান সম্পৰ্কে ধাৰণা আৰু কৌশলৰ লগতে সেইসময়ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয চলচ্চিত্ৰৰ ৰূপৰেখাৰো বিৱৰণ দিছে৷১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Jyoti Prasad as a Film Maker. Gauhati Cine Club
  2. ↑ Maitrayee, Maitrayee. (Friday, May 27, 2005). Tome tribute to Jyotiprasad - Book to focus on filmmaker?s unacknowledged contribution to cinema. The Telegraph

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থজ্যোতিপ্ৰসাদ আগৰৱালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতিপ্ৰসাদ এজ্‌ এ ফিল্ম মেকাৰ” প্ৰবন্ধৰ সংশোধন ৩৮১০৯৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।