অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জৈৱ গেছ

জৈৱ গেছ হ'ল অক্সিজেনৰ (বা বায়ুৰ) অনুপস্থিতিত জৈৱিক সামগ্ৰীৰ পচনৰ ফলত উদ্ভৱ হোৱা বিভিন্ন গেছৰ এক মিশ্ৰন। সকলো ধৰণৰ পচন জৈৱ সামগ্ৰী যেনে, পেলনীয়া শাক-পাচলি, গৰু-ছাগলীৰ বৃষ্ঠা, শস্য-সামগ্ৰীৰ অৱশিষ্ট অংশ আদিৰ পৰা জৈৱ গেছ প্ৰস্তুত কৰিব পাৰি।

হালনাগাদ: ১২ মাৰ্চ ২০২০ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
+ জৈৱ গেছৰ সাধাৰণ সংযুতি
যৌগসংকেত%
মিথেন50–75
কাৰ্বন ডাই অক্সাইড25–50
নাইট্ৰ'জেন0–10
উদজান0–1
হাইড্ৰ'জেন ছালফাইড0–3
অম্লজান0–0
Source: www.kolumbus.fi, 2007১

জৈৱ গেছ হ'ল অক্সিজেনৰ (বা বায়ুৰ) অনুপস্থিতিত জৈৱিক সামগ্ৰীৰ পচনৰ ফলত উদ্ভৱ হোৱা বিভিন্ন গেছৰ এক মিশ্ৰন। সকলো ধৰণৰ পচন জৈৱ সামগ্ৰী যেনে, পেলনীয়া শাক-পাচলি, গৰু-ছাগলীৰ বৃষ্ঠা, শস্য-সামগ্ৰীৰ অৱশিষ্ট অংশ আদিৰ পৰা জৈৱ গেছ প্ৰস্তুত কৰিব পাৰি। বৰ্তমান সমগ্ৰ বিশ্বতে জৈৱ গেছে নৱীকৰণ শক্তিৰ উৎস হিচাপে গুৰুত্ব লাভ কৰিছে। জৈৱ গেছ প্ৰস্ত্ততকৰণৰ বাবে জৈৱ পদাৰ্থসমূহক কিছুমান বিশেষ অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা বায়ুৰ অনুপস্থিতিত পচন ঘটিবলৈ দিয়া হয়।

জৈৱ গেছ প্ৰধানকৈ মিথেন (CH4), কাৰ্বণ-ডাই-অক্সাইড (CO2), কম পৰিমাণৰ হাইড্ৰ'জেন ছালফাইড আৰু জলীয় বাস্পৰ মিশ্ৰণ।

তথ্যসূত্ৰ

  1. ↑ Basic Information on Biogas, www.kolumbus.fi. Retrieved 2.11.07

সম্পৰ্কিত শ্ৰেণী

জৈৱিক ৰসায়ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৈৱ গেছ” প্ৰবন্ধৰ সংশোধন ২১৬৩৬৭ (১২ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।