অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুলিয়ান বাৰ্ণছ

জুলিয়ান বাৰ্ণছ (জন্ম: ১৯ জানুৱাৰী, ১৯৪৬) বিংশ শতিকাৰ শেষৰ দশকৰ এজন বৃটিছ ঔপন্যাসিক। ২০১১ চনত তেওঁ বুকাৰ বঁটা লাভ কৰিছিল। দ্য চেন্স অৱ এণ এণ্ডিং নামৰ উপন্যাসখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।

হালনাগাদ: ২১ জুন ২০২৬ ৩৫১ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

জুলিয়ান বাৰ্ণছ (জন্ম: ১৯ জানুৱাৰী, ১৯৪৬) বিংশ শতিকাৰ শেষৰ দশকৰ এজন ব্ৰিটিছ ঔপন্যাসিক। ২০১১ চনত তেওঁ বুকাৰ বঁটা লাভ কৰিছিল। দ্য চেন্স অৱ এণ এণ্ডিং নামৰ উপন্যাসখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। ১ ইয়াৰ পূৰ্বে তেওঁ ফ্ল'বাৰ্টছ পেৰ'ট, ইংলেণ্ড, ইংলেণ্ড আৰু আৰ্থাৰ এণ্ড জৰ্জৰ বাবে তিনিবাৰকৈ এই বঁটাৰ বাবে বিবেচিত হৈছিল। তেওঁ ড্যান কাভানা ছদ্মনামত অপৰাধমূলক কল্পকাহিনীও লিখে।২ ২০০৪ চনত জুলিয়ান বাৰ্ণছে Arts et des Lettres উপাধি লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ছামাৰচেট মম বঁটা আৰু জেফ্ৰি ফেবাৰ মেম’ৰিয়েল বঁটাও লাভ কৰে। ২০২১ চনত তেওঁ জেৰুজালেম বঁটা লাভ কৰে।

বঁটা আৰু সন্মান

  • 1981 Somerset Maugham Award, winner, Metroland
  • 1985 Geoffrey Faber Memorial Prize
  • 1986 E. M. Forster Award from the American Academy and Institute of Arts and Letters
  • 1986 Prix Médicis Essai, winner, Flaubert's Parrot৩
  • 1992 Prix Femina Étranger, winner, Talking It Over
  • 1993 Shakespeare Prize, Alfred Toepfer Foundation
  • 2004 Austrian State Prize for European Literature৪
  • 2004 Commandeur de L'Ordre des Arts et des Lettres (Chevalier, 1988).
  • 2008 San Clemente Literary Prize
  • 2011 David Cohen Prize for Literature
  • 2011 বুকাৰ বঁটা, winner, The Sense of an Ending
  • 2011 Costa Book Awards, shortlist, The Sense of an Ending
  • 2012 Europese Literatuurprijs
  • 2015 Zinklar Award at the first annual Blixen Ceremony in Copenhagen
  • 2016 Siegfried Lenz Prize৫
  • 2017 Officier in the Ordre National de la Légion d'Honneur৬
  • 2021 Jerusalem Prize৭
  • 2021 Yasnaya Polyana Prize (for Nothing to Be Frightened Of)৮

সাহিত্য কৰ্ম

উপন্যাস

চুটিগল্প

  • "The 50p Santa. A Duffy Detective Story" (1985)১০

অনুবাদ

  • Alphonse Daudet: In The Land of Pain (2002), translation of Daudet's La Doulou
  • Volker Kriegel: The Truth About Dogs (1988), translation of Kriegel's Kleine Hunde-Kunde

তথ্যসূত্ৰ

  1. ↑ Allardice, Lisa. (26 October 2019). Julian Barnes: 'Do you expect Europe to cut us a good deal? It's so childish. The Guardian
  2. ↑ The Jerusalem Prize 2021 WINNER. Jbookforum.com
  3. ↑ (19 January 1946). "La France est mon second berceau": Biographie de Julian Barnes. Le Figaro
  4. ↑ Österreichische StaatspreisträgerInnen für Europäische Literatur
  5. ↑ Siegfried Lenz Preis 2016 geht an Julian Barnes. Siegfriedlenz.stiftung.org
  6. ↑ Julian Barnes: Biography. www.julianbarnes.com
  7. ↑ 2021 Winner – The Jerusalem International Book Forum. Jbookforum.com
  8. ↑ Julian Barnes: Biography. www.julianbarnes.com
  9. ↑ 2022 Arts Preview: The Year Ahead in Books. Scotsman.com
  10. ↑ page 28, The Fiction of Julian Barnes by Vanessa Guignery,, publ. 2006

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিলেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলিয়ান বাৰ্ণছ” প্ৰবন্ধৰ সংশোধন ৬১৩৪৩৫ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।