অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জিৰি নদী

জিৰি নদী ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ অন্যতম বৃহৎ নৈ বৰাক নদীৰ এখন উপনৈ। এই নদীখনৰ উৎপত্তি ডিমা হাচাও জিলাৰ বড়ো নিংগলো অঞ্চলৰ পৰা হৈছে। জিৰি নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা হিচাপে কাম কৰে আৰু জিৰিমুখত বৰাক নদীৰ সৈতে মিলি যায়। (জিৰি-মুখ য'ত মুখৰ অৰ্থ অসমীয়া ভাষাত মুখমণ্ডলক বুজাইছে)।

হালনাগাদ: ২৪ আগষ্ট ২০২৫ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জিৰি নদী' ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ অন্যতম বৃহৎ নৈ বৰাক নদীৰ এখন উপনৈ। এই নদীখনৰ উৎপত্তি ডিমা হাছাও জিলাৰ বড়ো নিংগলো অঞ্চলৰ পৰা হৈছে। জিৰি নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা হিচাপে কাম কৰে আৰু জিৰিমুখত বৰাক নদীৰ সৈতে মিলি যায়। (জিৰি-মুখ য'ত মুখৰ অৰ্থ অসমীয়া ভাষাত মুখমণ্ডলক বুজাইছে)।১২

তথ্যসূত্ৰ

  1. ↑ Changing course of Jiri River threatens state’s boundary. The People’s Chronicle
  2. ↑ River System of Assam. Ministry of Environment, Forests & Climate Change, Govt of India’s environment related portal

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিৰি নদী” প্ৰবন্ধৰ সংশোধন ৫৩৪৭৪০ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।