অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰাক নদী

বৰাক নদী (Barak River, বব়াক নদী) হৈছে দক্ষিণ অসমৰ মুখ্য নদী। মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল। বৰাইল শ্ৰেণীৰ মুক্ৰু (Mukru) নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে। নদীখনৰ দৈৰ্ঘ্য হৈছে ৯০০ কিঃমিঃ (৫৬০ মাইল)।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৪ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বৰাক নদী (Barak River, বব়াক নদী) হৈছে দক্ষিণ অসমৰ মুখ্য নদী। মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল।১ বৰাইল শ্ৰেণীৰ মুক্ৰু (Mukru) নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।১ নদীখনৰ দৈৰ্ঘ্য হৈছে ৯০০ কিঃমিঃ (৫৬০ মাইল)।

উপনৈ

উত্তৰ পাৰৰ উপনৈ

  • সোণাই নদী
  • ঘাগৰা নদী
  • কাটাখাল নদী
  • ধলেশ্বৰী নদী

দক্ষিণ পাৰৰ উপনৈ

ৰাষ্ট্ৰীয় জলপথৰ মৰ্যাদা

অসমৰ বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ-৬ হিচাপে স্বীকৃতি দিবলৈ ভাৰত চৰকাৰক প্ৰস্তাৱ দিয়া হৈছে। স্বীকৃতি পালে এই নদীয়েদি বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Statistical Account of Manipur, Page 7

সম্পৰ্কিত শ্ৰেণী

অসমৰ নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰাক নদী” প্ৰবন্ধৰ সংশোধন ৪৪০৭৭০ (২৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।