জাষ্টিন এন্থনি নেপ (Justin Anthony Knapp, জন্ম ১৮ নবেম্বৰ ১৯৮২) এগৰাকী ৱিকিপিডিয়া ব্যৱহাৰকাৰী।১ ৱিকিপিডিয়াত ১০ লাখতকৈও অধিক সম্পাদনা কৰা তেওঁ হৈছে প্ৰথমগৰাকী ব্যক্তি। ২০২০ ৰ মাৰ্চলৈকে নেপে ২০ লাখতকৈও অধিক ইংৰাজী ৱিকিপিডিয়াত সম্পাদনা কৰিছে।২৩
শিক্ষা
জাষ্টিন নেপে Covenant Christian High School ত পঢ়িছিল।৪ Indiana University – Purdue University Indianapolis ৰ পৰা তেখেতে দৰ্শন আৰু ৰাজনীতি বিজ্ঞানৰ ডিগ্ৰী গ্ৰহণ কৰে।
কেৰিয়াৰ

নেপে ২০১২ চনৰ ১৯ এপ্ৰিলত ১০ লাখ সম্পাদনা কৰে বুলি ঘোষণা কৰে। ২০০৫ চনত চাইন আপ কৰাৰ পৰা নেপে দৈনিক গঢ়ে ৩৮৫ কৈ সম্পাদনা কৰি আহিছে। নেপে এই বিষয়ে কয়যে হঠাৎ আৰু স্বেচ্ছাই বেৰোজগাৰ হ'লে এইখিনি সম্ভৱ। ২০১২ চনত ৱিকিপিডিয়াৰ সহপ্ৰতিষ্ঠাপক জিমি ৱেলছে নেপক তেওঁৰ অৱদানৰ বাবে সম্বৰ্ধনা জনায় আৰু ছাইটৰ শীৰ্ষ পুৰস্কাৰেৰে সন্মানিত কৰি কয়যে এপ্ৰিলৰ ১০ তাৰিখটো জাষ্টিন নেপৰ দিন হ'ব।
বাহ্যিক সংযোগ
- জাষ্টিন নেপৰ ইংৰাজী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা
- গুগল স্কলাৰত জাষ্টিন নেপ
- "Seven Years, One Million Edits, Zero Dollars: Wikipedia's Flat Broke Superstar"
- "Justin Knapp Becomes Wikipedia Legend With One Million Edits"
- "Justin Knapp: One man, one million Wikipedia edits"
- "Week in Wiki out: Hoosier is top contributor to online encyclopedia"
- Meet The Guy Who's Made 1.4 Million Wikipedia Edits And Counting
তথ্যসূত্ৰ
- ↑ (April 19, 2012). The hardest working man on Wikipedia. Daily Dot
- ↑ Koavf - Simple Counter. XTools
- ↑ Morris, Kevin. (April 19, 2012). The hardest working man on Wikipedia. The Daily Dot
- ↑ Comisky, Daniel S. (July 26, 2012). King of Corrections. Indianapolis Monthly
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাষ্টিন নেপ” প্ৰবন্ধৰ সংশোধন ৪৬৩৯৭৭ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।