অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছুইটি সীমা হেমব্ৰাম

ছুইটি সীমা হেমব্ৰাম (ইংৰাজী: Sweety Sima Hembram) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰীয় জনতা দলক প্ৰতিনিধিত্ব কৰি বৰ্তমান বিহাৰৰ কট’ৰিয়া বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৪ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ছুইটি সীমা হেমব্ৰাম (ইংৰাজী: Sweety Sima Hembram) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰীয় জনতা দলক প্ৰতিনিধিত্ব কৰি বৰ্তমান বিহাৰৰ কট’ৰিয়া বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৫ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত হেমব্ৰাম নিৰ্বাচিত হৈ ২৮ গৰাকী মহিলা বিধায়কৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়।১

তথ্যসূত্ৰ

  1. ↑ Salomil, Vithika. (10 November 2015). Bihar election results 2015: Women MLAs’ number comes down by 6 to 28. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুইটি সীমা হেমব্ৰাম” প্ৰবন্ধৰ সংশোধন ৪১২৮৬২ (১৯ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।