অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চেম্বাই সংগীত উৎসৱ

চেম্বাই সংগীত উৎসৱ (ইংৰাজী: Chembai Sangeetholsavam) হৈছে কৰ্ণাটকী শাস্ত্ৰীয় সংগীতজ্ঞ আৰু গুৰুভায়ুৰাপ্পানৰ এগৰাকী পৰম ভক্ত চেম্বাই বৈদ্যনাথ ভগৱতৰ স্মৃতিত গুৰুভায়ুৰ দেৱস্বমৰদ্বাৰা গুৰুভায়ুৰত অনুষ্ঠিত এক বাৰ্ষিক কৰ্ণাটকী সংগীত উৎসৱ (যিটো তিৰুভাইয়াকুৰ ত্যাগৰাজ আৰাধনাৰ সৈতে সাদৃশ্যপূৰ্ণ)।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চেম্বাই সংগীত উৎসৱ (ইংৰাজী ভাষা: Chembai Sangeetholsavam) হৈছে কৰ্ণাটকী শাস্ত্ৰীয় সংগীতজ্ঞ১২ আৰু গুৰুভায়ুৰাপ্পানৰ এগৰাকী পৰম ভক্ত চেম্বাই বৈদ্যনাথ ভগৱতৰ স্মৃতিত গুৰুভায়ুৰ দেৱস্বমৰদ্বাৰা গুৰুভায়ুৰত অনুষ্ঠিত এক বাৰ্ষিক কৰ্ণাটকী সংগীত উৎসৱ (যিটো তিৰুভাইয়াকুৰ ত্যাগৰাজ আৰাধনাৰ সৈতে সাদৃশ্যপূৰ্ণ)।

ইতিহাস

চেম্বায়ে নিজেই প্ৰায় ৬০ বছৰ ধৰি এই মন্দিৰ চহৰখনত এই উৎসৱ পৰিচালনা কৰিছিল।৩৪ তেওঁ কৰ্ণাটকী সংগীতৰ প্ৰতি আগ্ৰহী সৰু ল'ৰা-ছোৱালীৰপৰা আৰম্ভ কৰি সেই সময়ৰ বিখ্যাত সংগীতজ্ঞসকললৈকে সকলোকে এই উৎসৱত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ১৯৭৪ চনত তেওঁৰ মৃত্যুৰ পাছত গুৰুভায়ুৰ দেৱস্বমে এই উৎসৱৰ দায়িত্ব নিজৰ হাতলৈ লয় আৰু তেওঁৰ স্মৃতিত ইয়াক 'চেম্বাই সংগীত উৎসৱ' নামেৰে নামকৰণ কৰে।

উৎসৱ

চেম্বাই সংগীত উৎসৱ ২০১৯
চেম্বাই সংগীত উৎসৱ ২০১৯ছবি: Fotokannan · CC BY-SA 4.0

প্ৰতি বছৰে প্ৰায় ৩০০০ সংগীতজ্ঞই ইয়াত অংশগ্ৰহণ কৰে আৰু এই উৎসৱ প্ৰায় দুসপ্তাহ ধৰি চলে। গুৰুভায়ুৰ একাদশীৰদিনা ইয়াৰ সামৰণি পৰে, য’ত সকলো সংগীতজ্ঞই মিলি চেম্বাইৰ প্ৰিয় পাঁচটা গীত আৰু ত্যাগৰাজৰ পঞ্চৰত্ন কৃতি গায়।৫

তথ্যসূত্ৰ

  1. ↑ Anima, P. (3 May 2013). Tunes to higher notes. The Hindu
  2. ↑ The Hindu: Kerala / Thrissur News: Chembai festival to be held for 20 days. ://hindu.com
  3. ↑ The Hindu: Friday Review Thiruvananthapuram / Events: Paying homage to Chembai. ://hindu.com
  4. ↑ Kerala kids gear up for local music reality show. ://in.com
  5. ↑ The Hindu: Entertainment Thiruvananthapuram / Music: A maestro's music. ://hindu.com

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ উৎসৱসংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেম্বাই সংগীত উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬২৮৭৫০ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।