অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চিয়োনবাদ

চিয়োনবাদ (צִיּוֹנוּת Tsiyyonut; صهيونية; Σιωνισμός sionismós; Zionism) হ’ল যিহূদীসকলৰ এটা মতাদৰ্শ আৰু জাতীয়তাবাদী আন্দোলন যিটো মোটামুটিভাৱে কনান, প্ৰতিজ্ঞাত দেশ, পৱিত্ৰ দেশ, ইস্ৰায়েল দেশ অথবা ফিলিস্তিন অঞ্চলক কেন্দ্ৰ কৰি এটি যিহূদী ৰাষ্ট্ৰ পুনঃপ্ৰতিষ্ঠা আৰু পৃষ্ঠপোষকতাক সমৰ্থন কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ
থিয়ডৰ হেৰ্জল আছিল আধুনিক চিয়োনবাদী আন্দোলনৰ প্ৰতিষ্ঠাতা। ১৮৯৬ চনত প্ৰকাশিত তেখেতৰ পুস্তিকা ''ডেৰ জুডেনষ্টাট''ত তেওঁ ২০শ শতিকালৈ এক ভবিষ্যৎ স্বতন্ত্ৰ যিহূদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোন দেখিছিল।
থিয়ডৰ হেৰ্জল আছিল আধুনিক চিয়োনবাদী আন্দোলনৰ প্ৰতিষ্ঠাতা। ১৮৯৬ চনত প্ৰকাশিত তেখেতৰ পুস্তিকা ডেৰ জুডেনষ্টাটত তেওঁ ২০শ শতিকালৈ এক ভবিষ্যৎ স্বতন্ত্ৰ যিহূদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোন দেখিছিল।ছবি: Public domain

চিয়োনবাদ (צִיּוֹנוּת Tsiyyonut; صهيونية; Σιωνισμός sionismós; Zionism) হ’ল যিহূদীসকলৰ এটা মতাদৰ্শ১২৩ আৰু জাতীয়তাবাদী আন্দোলন যিটো মোটামুটিভাৱে কনান, প্ৰতিজ্ঞাত দেশ, পৱিত্ৰ দেশ, ইস্ৰায়েল দেশ অথবা ফিলিস্তিন অঞ্চলক কেন্দ্ৰ কৰি এটি যিহূদী ৰাষ্ট্ৰ পুনঃপ্ৰতিষ্ঠা আৰু পৃষ্ঠপোষকতাক সমৰ্থন কৰে।৪৫৬৭৮৯ আধুনিক চিয়োনবাদ ১৯শ শতিকাৰ শেষফালে মধ্য আৰু পূব ইউৰোপলৈ এটি জাতীয় পুনৰজাগৰণ আন্দোলন হিচাপে—যিহূদী বিদ্বেষৰ নৱতৰঙ্গ এবং হাস্কালা বা যিহূদী আলোকায়ন উভয়ৰ প্ৰতিক্ৰিয়াস্বৰূপ—উদ্ভূত হৈছিল।১০১১১২ এৰ পিছত আন্দোলনৰ বেছিৰভাগ নেতা ফিলিস্তিনত কাংক্ষিত ৰাষ্ট্ৰ স্থাপনৰ সৈতে মূল লক্ষ্যটিক জড়িত কৰিছিল, তৎকালীন সময়ত যে অঞ্চলটো উছমানীয় সাম্ৰাজ্যৰ নিয়ন্ত্ৰণত আছিল।১৩১৪১৫

ইস্ৰায়েল প্ৰতিষ্ঠাৰ পিছৰ পৰা চিয়োনবাদী আন্দোলন যিহূদী ৰাষ্ট্ৰৰ পক্ষলৈ কথা কৈ আহিছে। কিছু কিছু ক্ষেত্ৰত আহাদ হাম কৰ্তৃক প্ৰতিষ্ঠিত অৰাজনৈতিক সাংস্কৃতিক চিয়োনবাদক চিয়োনবাদ বুলি চিহ্নিত কৰা হয়। খ্ৰীষ্টান চিয়োনবাদী বুলি পৰিচিত এটি পদ আছে যিটো দ্বাৰা ইসৰায়েল ৰাষ্ট্ৰৰ পক্ষত থকা অ-যিহূদী ব্যক্তিবোৰক বুজায়।

চিয়োনবাদৰ পক্ষাৱলম্বনকাৰীগণ এইটোক এটি সামাজিক আৰু ধৰ্মীয় গোষ্ঠীৰ হজাৰ বছৰ আগত ত্যাগ কৰা ঠাইলৈ প্ৰত্যাবৰ্তন হিচাপে অভিহিত কৰে।১৬১৭ চিয়োনবাদৰ সমালোচকসকলৰ মতে এইটো উপনিৱেশবাদী আৰু বৰ্ণবাদী মতৱাদ যিটোয়ে ফিলিস্তিনৰ স্থানীয় আদিবাসীসকলৰ অধিকাৰ হৰণ আৰু তেওঁলোকক বহিষ্কাৰক সমৰ্থন কৰে।

তথ্যসূত্ৰ

  1. ↑ Bernard Lewis, Semites and Anti-Semites: An Inquiry into Conflict and Prejudice, W. W. Norton & Company, 1999 p.20
  2. ↑ Ian S. Lustick,'Zionist Ideology and Its Discontents: A Research Note,' Israel Studies Forum Vol. 19, No. 1 (Fall 2003), pp.98-103, p.98.'Zionism was and is a serious ideology and deserves to be treated as such.'
  3. ↑ Gadi Taub, 'Zionism,' in Gregory Claeys,Encyclopedia of Modern Political Thought, Sage CQ Press, 2013 pp.869-872 p.869.:'Zionism is an ideology that seeks to apply the universal principle of self-determination to the Jewish people.'
  4. ↑ (29 April 2016). What's the difference between anti-Semitism and anti-Zionism?. BBC
  5. ↑ Gideon Biger,The Boundaries of Modern Palestine, 1840-1947, Routledge, 2004 ppl.58-63.:'Unlike the earlier literature that dealt with Palestine's delimitation, the boundaries were not presented according to their historical traditional meaning, but according to the boundaries of the Jewish Eretz Israel that was about to be established there. This approach characterizes all the Zionist publications at the time ... when they came to indicate borders, they preferred the realistic condition and strategic economic needs over an unrealistic dream based on the historic past.' This meant that planners envisaged a future Palestine that controlled all the Jordan's sources, the southern part of the Litanni river in Lebanon, the large cultivatable area east of the Jordan, including the Houran and Gil'ad
  6. ↑ Motyl 2001, পৃ. 604.
  7. ↑ Herzl, Theodor. (1988). Der Judenstaat. Courier Dover. পৃ. 40. ISBN 978-0-486-25849-2
  8. ↑ Zionism. Oxford Dictionary
  9. ↑ Zionism · nationalistic movement
  10. ↑ Ben-Ami Shillony. (January 24, 2012). Jews & the Japanese: The Successful Outsiders. Tuttle Publishing. পৃ. 88. ISBN 978-1-4629-0396-2
  11. ↑ LeVine, Mark; Mossberg, Mathias. (2014). One Land, Two States: Israel and Palestine as Parallel States. University of California Press. পৃ. 211. ISBN 978-0-520-95840-1
  12. ↑ Gelvin, James L. (January 13, 2014). The Israel-Palestine Conflict: One Hundred Years of War. Cambridge University Press. পৃ. 93. ISBN 978-1-107-47077-4
  13. ↑ Cohen, Robin. (1995). The Cambridge Survey of World Migration. Cambridge University Press. পৃ. 504. ISBN 9780521444057
  14. ↑ Gelvin, James. (2007). The Israel–Palestine Conflict: One Hundred Years of War. Cambridge University Press. পৃ. 51. ISBN 978-0521888356
  15. ↑ Ilan Pappe, The Ethnic Cleansing of Palestine, 2006, p.10–11
  16. ↑ Israel Affairs - Volume 13, Issue 4, 2007 - Special Issue: Postcolonial Theory and the Arab-Israel Conflict - De-Judaizing the Homeland: Academic Politics in Rewriting the History of Palestine - S. Ilan Troen
  17. ↑ Zionism and British imperialism II: Imperial financing in Palestine -Journal of Israeli History: Politics, Society, Culture Volume 30, Issue 2, 2011 - pages 115-139 - Michael J. Cohen

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিয়োনবাদ” প্ৰবন্ধৰ সংশোধন ৩৮০৮৩৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।