অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গ'জু-ৰিও কাৰাটে

গ'জু-ৰিও (Gōjū-ryū) হৈছে পৰম্পৰাগত অকিন'ৱা কাৰাটে শৈলীসমূহৰ এটা শৈলী বা সাধাৰণ ভাষাত ষ্টাইল। 'গ'জু-ৰিও'ৰ জাপানীজ ভাষাত অৰ্থ হৈছে 'কঠিন-কোমল শৈলী'। গ' মানে কঠিন আৰু জু মানে কোমল।

হালনাগাদ: ২ নৱেম্বৰ ২০২৪ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

গ'জু-ৰিও (Gōjū-ryū) হৈছে পৰম্পৰাগত অকিন'ৱা কাৰাটে শৈলীসমূহৰ এটা শৈলী বা সাধাৰণ ভাষাত ষ্টাইল। 'গ'জু-ৰিও'ৰ জাপানীজ ভাষাত অৰ্থ হৈছে 'কঠিন-কোমল শৈলী'। গ' মানে কঠিন আৰু জু মানে কোমল।১

কাটা

গ'জু-ৰিওৰ পাঠ্যক্ৰমত মুঠতে ১২টা কাটা আছে। কাটা হ'ল এক নিৰ্দিষ্ট ক্ৰমত শৰীৰৰ বিভিন্ন অংগৰ সঞ্চাৰণ। ইয়াত একোজন প্ৰতিদ্বন্দ্বী কল্পনা কৰি লোৱা হয়। কিছুমান বিদ্যালয়ত ছানডান (তৃতীয় ডিগ্ৰী ব্লেক বেল্ট) হোৱাৰ আগতে ১২টা কাটাই শিকি ল'বলগীয়া হয় নাইবা গ'ডানৰ (পঞ্চম ডিগ্ৰী ব্লেক বেল্ট) আগত।২

তথ্যসূত্ৰ

  1. ↑ www.spokanekarate.com/goju-ryu-history/
  2. ↑ Kane & Wilder, 2005: The Way of Kata: A Comprehensive Guide for Deciphering Martial Applications

সম্পৰ্কিত শ্ৰেণী

সমৰ কলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ'জু-ৰিও কাৰাটে” প্ৰবন্ধৰ সংশোধন ৪৪২৩৮০ (২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।