অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌতম সিদ্ধ

গৌতম সিদ্ধ (আনুমানিক অষ্টম শতিকা) এগৰাকী জ্যোতিৰ্বিজ্ঞানী, জ্যোতিষী আৰু ভাৰতীয় বংশোদ্ভৱ, যাক Treatise on Astrology of the Kaiyuan Era ৰ নেতৃত্ব দিয়াৰ বুলি জনা যায়। ১৯৭৭ চনত ছিয়ানত উদ্ধাৰ হোৱা এটা সমাধিৰ স্তম্ভৰ তথ্য অনুসৰি তেওঁৰ জন্ম চাংআনত হৈছিল আৰু তেওঁৰ পৰিয়ালটো মূলতঃ ভাৰতৰ আছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৪ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

গৌতম সিদ্ধ (আনুমানিক অষ্টম শতিকা) এগৰাকী জ্যোতিৰ্বিজ্ঞানী, জ্যোতিষী আৰু ভাৰতীয় বংশোদ্ভৱ, যাক Treatise on Astrology of the Kaiyuan Era ৰ নেতৃত্ব দিয়াৰ বুলি জনা যায়। ১৯৭৭ চনত ছিয়ানত উদ্ধাৰ হোৱা এটা সমাধিৰ স্তম্ভৰ তথ্য অনুসৰি তেওঁৰ জন্ম চাংআনত হৈছিল আৰু তেওঁৰ পৰিয়ালটো মূলতঃ ভাৰতৰ আছিল। গৌতমা পৰিয়ালটো সম্ভৱতঃ বহু প্ৰজন্ম ধৰি চীনত বাস কৰিছিল আৰু হয়তো টাং বংশৰ প্ৰতিষ্ঠাৰ আগৰ পৰাই তেওঁলোক চীনত আছিল। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কাম আছিল নৱগ্ৰহ কেলেণ্ডাৰ চীনা ভাষালৈ অনুবাদ কৰা। তেওঁ চীনত “সংখ্যা গণনা দণ্ড’’ৰ সলনি ৭১৮ চনত শূন্য (০) থকা ভাৰতীয় সংখ্যাও প্ৰৱৰ্তন কৰে।১২

তথ্যসূত্ৰ

  1. ↑ Qian, Baocong. (1964). Zhongguo Shuxue Shi (The history of Chinese mathematics). Kexue Chubanshe
  2. ↑ Wáng, Qīngxiáng. (1999). Sangi o koeta otoko (The man who exceeded counting rods). Tōyō Shoten. ISBN 4-88595-226-3

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞজ্যোতিৰ্বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌতম সিদ্ধ” প্ৰবন্ধৰ সংশোধন ৪১৯৪৬৬ (২৩ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।