অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

গুগল পে

গুগল পে (পূৰ্বতে এণ্ড্ৰইড পে) হৈছে মোবাইল পে'মেণ্ট সেৱা। গুগলে নিৰ্মাণ কৰা এই সেৱাৰ জৰিয়তে যোগযোগবিহীনভাৱে টকা-পইছা লেনদেনৰ সুবিধা কৰিব পৰা যায়। ব্যৱহাৰকাৰীসকলে এণ্ড্ৰয়েড ফোন, টেবলেট বা ঘড়ী জৰিয়তে ধন পৰিশোধ কৰিব পাৰে।

হালনাগাদ: ১ জানুৱাৰী ২০২৬ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

গুগল পে (পূৰ্বতে এণ্ড্ৰইড পে) হৈছে মোবাইল পে'মেণ্ট সেৱা। গুগলে নিৰ্মাণ কৰা এই সেৱাৰ জৰিয়তে যোগযোগবিহীনভাৱে টকা-পইছা লেনদেনৰ সুবিধা কৰিব পৰা যায়। ব্যৱহাৰকাৰীসকলে এণ্ড্ৰয়েড ফোন, টেবলেট বা ঘড়ী জৰিয়তে ধন পৰিশোধ কৰিব পাৰে। ব্যৱহাৰকাৰীসকলে এটা পিন, পাছক 'ড, বা বায়োমেট্ৰিস্ক যেনে 3D চেহেৰা স্কেনিং বা আঙুলিৰ ছাপ চিনাক্তকৰণৰ জৰিয়তে প্ৰমাণীকৰণ কৰিব পাৰে।১

২০২৪ চনৰ তথ্য অনুসৰি গুগল পে বৰ্তমানে বিশ্বৰ ৭৫খন দেশত উপলব্ধ।২

তথ্যসূত্ৰ

  1. ↑ Set up screen lock to make contactless payments - Android. Google Inc
  2. ↑ Find supported payment methods for contactless purchases - Android. Google Inc

সম্পৰ্কিত শ্ৰেণী

গুগলইণ্টাৰনেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুগল পে” প্ৰবন্ধৰ সংশোধন ৫৬৭২০৬ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।