অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

কৰিমনগৰৰ ৰূপৰ কাৰুশিল্প

কৰিমনগৰ ৰূপৰ কাৰুশিল্প ভাৰতৰ হায়দৰাবাদৰ কৰিমনগৰত নিৰ্মিত ৰূপৰ আলংকাৰিক কাম। ই কৰিমনগৰৰ এক প্ৰাচীন কলা।

হালনাগাদ: ২৮ আগষ্ট ২০২৫ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কৰিমনগৰ ৰূপৰ কাৰুশিল্প ভাৰতৰ হাইদৰাবাদৰ কৰিমনগৰত নিৰ্মিত ৰূপৰ আলংকাৰিক কাম।১ ই কৰিমনগৰৰ এক প্ৰাচীন কলা।২৩

ইতিহাস

হায়দৰাবাদৰ নিজামসকলৰ শাসনকালত এই শিল্পৰূপটোৰ পৃষ্ঠপোষকতা কৰা হৈছিল আৰু সম্ভ্ৰান্ত লোকসকলে বেলেগ বেলেগ কামৰ নিৰ্দেশ দিছিল। এইবোৰ ছালাৰ জং সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈ আছে।৪

কৰিমনগৰ ৰূপালী কাৰুশিল্পই ২০০৭ চনত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সুৰক্ষা বা ভৌগোলিক সূচক (জি আই) মৰ্যাদা লাভ কৰে।৫

তথ্যসূত্ৰ

  1. ↑ (2004-11-11). Arts & Crafts: Wisps of silver. দ্য হিন্দু
  2. ↑ (2005-01-14). Andhra Pradesh News: 'Silver filigree' set to cross shores. দ্য হিন্দু
  3. ↑ (2008-11-09). Arts & Crafts: Awaken the artisan. দ্য হিন্দু
  4. ↑ K.m.dayashankar. (2015-06-05). Silver filigree art cries for promotion. The Hindu
  5. ↑ Filigree – Jewellery with a twist - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক স্বীকৃতিশিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিমনগৰৰ ৰূপৰ কাৰুশিল্প” প্ৰবন্ধৰ সংশোধন ৫৩৫৩৭৩ (২৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।