অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ক্ষেমৰাজ নেপাল

ক্ষেমৰাজ নেপাল এগৰাকী সাহিত্যিক,অনুবাদক আৰু গৱেষক। সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী ক্ষেমৰাজ নেপালে অসমীয়া, নেপালী আৰু সংস্কৃত ভাষাত ভালে সংখ্যক গ্ৰন্থ ৰচনা কৰিছে। জন্ম ঃ ১৯৫৭ চন

হালনাগাদ: ২০ অক্টোবৰ ২০২৩ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

ক্ষেমৰাজ নেপাল এগৰাকী সাহিত্যিক,অনুবাদক আৰু গৱেষক। সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী ক্ষেমৰাজ নেপালে অসমীয়া, নেপালী আৰু সংস্কৃত ভাষাত ভালে সংখ্যক গ্ৰন্থ ৰচনা কৰিছে।

জন্ম ঃ ১৯৫৭ চন

জন্মস্থান তেলেনী, ডাক ঃ মেইল-বজাৰ (গমিৰিঘাট), শোণিতপুৰ, অসম।

পিতৃ-মাতৃ কৃষ্ণপ্ৰসাদ নেপাল, কৌশল্যা দেৱী।

ঠিকনা ডাক-বুঢ়ীগাং (বিশ্বনাথ চাৰিআলি), শোণিতপুৰ, অসম, পিন-৭৮৪১৭৬

e-mail: kherane@gmail.com

শিক্ষা ঃ এম এ, বি টি, পি এইচ ডি (গুঃ বিঃ)

শিক্ষকতা ঃ বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, শোণিতপুৰ- ৭৮৪১৭৬, অসম।

লিখনকাৰ্য্য ঃ কবিতা, গল্প, প্ৰবন্ধ, ৰম্য ৰচনা, গীত আদি নেপালী, অসমীয়া, সংস্কৃত আদিত লিখিত আৰু প্ৰকাশিত।

সম্পাদিত গ্ৰন্থ

  1. বিশ্বনাথ’ সাহিত্য পৰিষদ, বিশ্বনাথৰ মুখপত্ৰ (১৯৯১)
  2. বিষ্ণুলাল উপাধ্যায় ও ব্যক্তিত্ব ৰ কৃতিত্ব, এক সংকলন (২০০৪)
  3. হীৰক জয়ন্তী স্মৃতিগ্ৰন্থ, চাঃ উঃ মাঃ বঃ বিদ্যালয় (২০০৫)
  4. সোণালী জয়ন্তী স্মৃতিগ্ৰন্থ, বালিপুখুৰী মজলীয়া বিদ্যালয় (২০০৭)

প্ৰকাশিত কৃতি

  1. মেৰো দেশ ও হিজা-আজ ৰ ভোলি (খণ্ডকাব্য-১৯৯৩)
  2. সাহিত্য অকাডেমী পুৰস্কাৰ বিজেতা নেপালী সাহিত্যকাৰ (২০০২, সহ-লিখক ঃজ্ঞানবাহাদুৰ ছেত্ৰী)
  3. নেপালী লোক সাহিত্যকো ৰূপৰেখা (২০০৩)
  4. ‘অবিনাশী (সংস্কৃতৰ পৰা নেপালীলৈ অনূদিত উপন্যাস) (২০০৫)
  5. ভাষা ৰ সাহিত্যকো কেহী পক্ষ (২০০৬)
  6. অসমীয়া-নেপালী জনজীৱন (২০০৭)
  7. সৃষ্টি (মহাকাব্য) (২০০৯)
  8. অসমীয়া আৰু নেপালী ভাষাৰ তুলনামূলক অধ্যয়ন (২০১৬)

প্ৰাপ্ত পুৰস্কাৰ

  1. কৃতী শিক্ষকৰ পুৰস্কাৰ (শোণিতপুৰ জিলা প্ৰশাসন) (২০০৮)
  2. অনুবাদ সাহিত্যৰ বাবে ২০১১ চনত সাহিত্য অকাডেমী পুৰস্কাৰ

(অনূদিত উপন্যাস: ‘অবিনাশী)

  1. অসম চৰকাৰৰ সাহিত্যিক বঁটা (২০১৪)
  2. সাহিত্য একাডেমী নতুন দিল্লীৰ পৰা লিখক ভ্ৰমণ (১৯৯৮)

সম্পৰ্কিত শ্ৰেণী

সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষেমৰাজ নেপাল” প্ৰবন্ধৰ সংশোধন ৩৮৮১৭০ (২০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।