গ্ৰীক পৌৰাণিক কাহিনীত ক্লিঅ’পেট্ৰা (Cleopatra, প্ৰাচীন গ্ৰীক: Κλεοπάτρα; ক্লিঅ’পেট্ৰাৰ শব্দৰ অৰ্থ হৈছে “পিতৃৰ গৌৰৱ”) নিম্নলিখিত মহিলাসকলৰ নাম আছিল-
- ক্লিঅ’পেট্ৰা (ডেনাইড), ডানাউছৰ জীয়ৰী৷১
- ক্লিঅ’পেট্ৰা, ট্ৰয় নগৰৰ ৰজা ট্ৰছ আৰু কেলিৰইৰ (নদী-দেৱতা স্কেমেণ্ডাৰৰ জীয়ৰী) জীয়ৰী আছিল৷২ তেওঁ ইলুছ, আচাৰাকাছ, গানিমেড৩ সম্ভৱতঃ ক্লিঅ’মেষ্ট্ৰাৰ ভগ্নী৪ ক্লিঅ’পেট্ৰা আৰু ক্লিঅ’মেষ্ট্ৰাই সম্ভৱতঃ একেজনীয়ে ব্যক্তি।
- ক্লিঅ’পেট্ৰা, বৰিয়াছ (উত্তৰ বতাহ) আৰু এথেন্সৰ ৰাজকুমাৰী অৰিথিয়াৰ ৰাজকুমাৰী। তেওঁ ফিনিয়ছৰ প্ৰথম পত্নী আছিল যাৰ পুত্ৰ দুগৰাকীৰ নাম ক্ৰমে প্লেক্সিপ্পাছ আৰু পেণ্ডিয়ন (Pandion),৫ গেৰিম্বাছ আৰু এছপোণ্ডাছ,৬ বা পলিডেক্টোৰ (পলিডেক্টাছ) আৰু পলিডোৰাছ,৭ বা পাৰ্থেনিয়াছ আৰু Crambis,৮৯ বা অৰিইথাছ (অৱাৰথাছ) আৰু ক্ৰাম্বিছ৷
- ক্লিঅ’পেট্ৰা এলচিয়ন মেলেগাৰৰ পত্নী৷১০
- ক্লিঅ’পেট্ৰা, ক্ৰীটৰ ৰজা ডেউকেলিয়নৰ পত্নী আৰু ইড’মেনিয়াছৰ মাতৃ৷১১১২
- ক্লিঅ’পেট্ৰা আৰু লক্ৰিছৰ পেৰিবইয়া, এথেনাৰ ট্ৰ’জান মন্দিৰলৈ আজাক্স দ্য লেজাৰৰ বলিদানৰ প্ৰতিশোধ হিচাপে দুগৰাকী অবিবাহিত মহিলা তথা কুমাৰীক পঠিয়াইছিল। এইয়া এইকাৰণে কৰা হৈছিল কাৰণ, ল’ক্ৰিয়ানসকলে নিজৰ দেশ ঘূৰাই পোৱাৰ তিনি বছৰৰ পাছত তেওঁলোকে প্লেগ মহামাৰীত ভুগিছিল। তাৰ পিছত এজন অৰাকেলে তেওঁলোকক ট্ৰয়লৈ এথেনাক প্ৰশংসা কৰিবলৈ আদেশ দিলে আৰু দুগৰাকী কুমাৰীক হাজাৰ বছৰৰ বাবে নিবেদনাৰ্থে পঠিয়াই দিলে। প্ৰথম লটটো পেৰিবইয়া আৰু ক্লিঅ’পেট্ৰাৰ ওপৰত পৰিল আৰু তেওঁলোকৰ মৃত্যুৰ পিছত আনবোৰক পঠোৱা হ’ল৷১৩
তথ্য সংগ্ৰহ
- Apollodorus, The Library with an English Translation by Sir James George Frazer, F.B.A., F.R.S. in 2 Volumes, Cambridge, MA, Harvard University Press; London, William Heinemann Ltd. 1921. ISBN 0-674-99135-4. Online version at the Perseus Digital Library. Greek text available from the same website.
- Dictys Cretensis, from The Trojan War.The Chronicles of Dictys of Crete and Dares the Phrygian translated by Richard McIlwaine Frazer, Jr. (1931-). Indiana University Press. 1966. Online version at the Topos Text Project.
- হোমাৰ, The Iliad with an English Translation by A.T. Murray, Ph.D. in two volumes. Cambridge, MA., Harvard University Press; London, William Heinemann, Ltd. 1924. . Online version at the Perseus Digital Library.
- Homer, Homeri Opera in five volumes. Oxford, Oxford University Press. 1920. . Greek text available at the Perseus Digital Library.
তথ্যসূত্ৰ
- ↑ Apollodorus, 2.1.5.4
- ↑ Scholiast on Homer's Iliad 20.231 who refers to Hellanicus as his authority; Tzetzes on Lycophron, Alexandra 29
- ↑ Apollodorus, 3.12.2
- ↑ Dictys Cretensis, Trojan War Chronicle 4.22
- ↑ Apollodorus, 3.15.3
- ↑ Scholia on Sophocles, Antigone 977 ed. Brunck
- ↑ Scholia on Ovid, Ibis 273
- ↑ Scholia on Apollonius Rhodius, Argonautica 2.140
- ↑ Dräger 2007
- ↑ Homer, Iliad 9.562
- ↑ Tzetzes, Homeric Allegories Prologue 587
- ↑ Tzetzes on Lycophron, 431
- ↑ Apollodorus, Epitome 6.20–21
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লিঅ’পেট্ৰা” প্ৰবন্ধৰ সংশোধন ৩৩২২৫৮ (৩ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।