অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কেনোপনিষদ

কেনোপনিষদ চাৰিটা খণ্ডত সম্পূৰ্ণ এখন উপনিষদ। এই উপনিষদত প্ৰধানকৈ ব্ৰহ্মাৰ স্বৰূপ নিৰ্ণয় কৰা হৈছে। শাস্ত্ৰীয় দিশৰ পৰা এইখন উপনিষদৰ গুৰুত্ব অসীম বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৫ জুলাই ২০২০ ৩৪ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

কেনোপনিষদ চাৰিটা খণ্ডত সম্পূৰ্ণ এখন উপনিষদ্‌। এই উপনিষদত প্ৰধানকৈ ব্ৰহ্মাৰ স্বৰূপ নিৰ্ণয় কৰা হৈছে। শাস্ত্ৰীয় দিশৰ পৰা এইখন উপনিষদৰ গুৰুত্ব অসীম বুলি গণ্য কৰা হয়।

গ্ৰন্থপঞ্জী

  1. ভাৰত-কোষ, হৰিনাথ শৰ্মা দলৈ
  2. অসমীয়া সংস্কৃতিৰ সম্ভাৰ, মৃগেন শৰ্মা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেনোপনিষদ” প্ৰবন্ধৰ সংশোধন ২৪২২২৯ (২৫ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।