অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

হাইছিছ

হাইছিছ (HySIS) হৈছে ভাৰতীয় হাইপাৰ স্পেকট্ৰেল ইমেজিং উপগ্ৰহ। ইয়াক ইছৰোৱে ২৯ নৱেম্বৰ ২০১৮ চনত মহাকাশলৈ উৎক্ষেপণ কৰে। ইয়াক ইছৰোৱে নিৰ্মাণ কৰি উলিয়াই।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ২২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

হাইছিছ (HySIS) হৈছে ভাৰতীয় হাইপাৰ স্পেকট্ৰেল ইমেজিং উপগ্ৰহ১। ইয়াক ইছৰোৱে ২৯ নৱেম্বৰ ২০১৮ চনত মহাকাশলৈ উৎক্ষেপণ কৰে। ইয়াক ইছৰোৱে নিৰ্মাণ কৰি উলিয়াই১।

উৎক্ষেপণ

পি এছ এল ভি-চি৪৩ৰ দ্বাৰা হাইছিছ উৎক্ষেপণ কৰা হয়। ৪:২৭:৩০ ইউ টি চি সময় অনুসৰি। ১৭ মিনিট ১৯ ছেকেণ্ড উৰণৰ পাছত হাইছিছক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।২৩৪

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ PSLV-C43 successfully launches HysIS and 30 customer satellites - ISRO. www.isro.gov.in
  3. ↑ Isro lines up 3 rocket launches in two months – Times of India. The Times of India
  4. ↑ 29న పీఎస్‌ఎల్‌వీ-సీ 43 రాకెట్ ప్రయోగం · Andhrabhoomi – Telugu News Paper Portal · Daily Newspaper in Telugu · Telugu News Headlines · Andhrabhoomi. ftp.andhrabhoomi.net

সম্পৰ্কিত শ্ৰেণী

কৃত্ৰিম উপগ্ৰহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাইছিছ” প্ৰবন্ধৰ সংশোধন ৪৪৫০৩৮ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।