অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

কালাম ছেট

কালাম ছেট পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ আৰু পাতল কৃত্ৰিম উপগ্ৰহ, ইয়াৰ নামকৰণ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক এ পি জে আব্দুল কালামৰ নামত কৰা হৈছে। ই পৃথিৱীৰ প্ৰথম থ্ৰি-ডি প্ৰিণ্টাৰৰ পৰা তৈয়াৰ কৰা উপগ্ৰহ। ইয়াৰ ওজন ৬৪ গ্ৰাম।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কালাম ছেট পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ আৰু পাতল কৃত্ৰিম উপগ্ৰহ, ইয়াৰ নামকৰণ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক এ পি জে আব্দুল কালামৰ নামত কৰা হৈছে। ই পৃথিৱীৰ প্ৰথম থ্ৰি-ডি প্ৰিণ্টাৰৰ পৰা তৈয়াৰ কৰা উপগ্ৰহ। ইয়াৰ ওজন ৬৪ গ্ৰাম। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা ৱালেপ্স মহাকাশ কেন্দ্ৰৰ পৰা এছ.আৰ.-৪ ৰকেটৰ মাধ্যমত কালাম ছেটক উৎক্ষেপণ কৰা হৈছে।১২৩৪৫৬৭৮

মূলতঃ এই উপগ্ৰহটো তামিলনাডুৰ কৰুল জিলাৰ পল্লাপটিৰ মহম্মদ ৰফিক শাহৰুখ আৰু তেওঁৰ দলে নিৰ্মান কৰি উলিয়াইছে। নাছা আৰু ডুডল লাৰ্নিং নামৰ অনুষ্ঠানে অনুস্থিত কৰা কিউব ইন স্পেছ নামৰ এক প্ৰতিযোগিতাত অংশ লোৱা ৫৭ খন দেশৰ ৮৬ হেজাৰ ডিজাইনৰ পৰা এই উপগ্ৰহটোক নিৰ্বাচন কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ (May 15, 2017). 18-year-old from Tamil Nadu designs world's lightest satellite. Srinivas Laxman, The Times of India
  2. ↑ (May 15, 2017). World’s Lightest Satellite invented by Indian teen Rifath Sharook to be launched by NASA on 21st June. Aishwarya Krishnan, india.com
  3. ↑ (May 15, 2017). Tamil Nadu boy designs world's 'smallest' satellite for NASA. The Economic Times
  4. ↑ (May 15, 2017). NASA to launch world's lightest satellite built by Chennai student on June 21. Daily News and Analysis
  5. ↑ (May 15, 2017). World's Smallest Satellite Created for NASA by 18-Year-Old Indian Teen. Rachel Jacoby Zoldan, Teen Vogue
  6. ↑ (May 15, 2017). Meet the Indian teen who has developed world's smallest satellite for Nasa. Business Standard
  7. ↑ (May 15, 2017). KalamSat: Indian teen Rifath Sharook builds world's lightest and smallest satellite. Nupur Jha, International Business Times
  8. ↑ (May 15, 2017). KalamSat - World's smallest satellite built by Indian teen to be launched by NASA on June 21. Zee News

সম্পৰ্কিত শ্ৰেণী

কৃত্ৰিম উপগ্ৰহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালাম ছেট” প্ৰবন্ধৰ সংশোধন ৩৮০৪৩৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।