অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কুসুম্বৰ ভূঞা

কুসুম্বৰ ভূঞা (? - আন. ১৪৫৬) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ। সূৰ্যবৰ আৰু খেৰসূতীৰ জ্যেষ্ঠ পুত্ৰ। 'শিৰোমণি ভূঞা' বাব পাইছিল। এখেতৰ প্ৰথমা পত্নী সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হৈছিল। আনগৰাকী পত্নী অনুধৃতিৰ গৰ্ভত জন্ম হৈছিল বনগঞাগিৰী। শংকৰদেৱৰ সাত বছৰ বয়স হোৱাত কুসুম্বৰ ভূঞাৰ মৃত্যু হৈছিল।

হালনাগাদ: ৬ অক্টোবৰ ২০২৪ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কুসুম্বৰ ভূঞা (? - আন. ১৪৫৬) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ। সূৰ্যবৰ আৰু খেৰসূতীৰ জ্যেষ্ঠ পুত্ৰ। 'শিৰোমণি ভূঞা' বাব পাইছিল। এখেতৰ প্ৰথমা পত্নী সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হৈছিল। আনগৰাকী পত্নী অনুধৃতিৰ গৰ্ভত জন্ম হৈছিল বনগঞাগিৰী। শংকৰদেৱৰ সাত বছৰ বয়স হোৱাত কুসুম্বৰ ভূঞাৰ মৃত্যু হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৭

সম্পৰ্কিত শ্ৰেণী

শংকৰদেৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুসুম্বৰ ভূঞা” প্ৰবন্ধৰ সংশোধন ৪৩৫৭২২ (৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।