কাৰ্বন-১২ হৈছে কাৰ্বনৰ সুস্থিৰ আইছ'টপবোৰৰ ভিতৰত সকলোতকৈ বেছিকৈ উপলব্ধ আইছ'টপ। ইয়াৰ উপলব্ধতা হৈছে প্ৰায় ৯৮.৯৩%;১ নক্ষত্ৰত হোৱা ত্ৰি-আলফা পক্ৰিয়াৰ ফলত ইয়াৰ সৃষ্টি হয়। কাৰ্বন-১২ সুনিৰ্দিষ্টৰূপে গুৰুত্বপূৰ্ণ, কাৰণ আনৱিক ভৰৰ সকলো নিউক্লিড পৰিমাপনৰ বাবে ইয়াক আদৰ্শ হিচাপে গণ্য কৰা হয়: ইয়াৰ ভৰ সংখ্যা হৈছে ১২ আৰু ইয়াৰ ৬টা প্ৰ'টন, ৬টা নিউট্ৰ'ন আৰু ৬টা ইলেক্ট'ন থাকে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্বন-১২” প্ৰবন্ধৰ সংশোধন ২১৬২৩৩ (৯ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।