অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কান্তা ত্যাগী

কান্তা ত্যাগী (Kanta Tyagi) মধ্য প্ৰদেশৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কান্তা ত্যাগী (Kanta Tyagi) মধ্য প্ৰদেশৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী।

জীৱন

তেওঁ মধ্যপ্ৰদেশৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পাছ পৰা গ্ৰাম্য মহিলাসকলক কেন্দ্ৰ কৰি নিমাৰত গঢ় লোৱা বেচৰকাৰী সংস্থা কস্তুৰবা বনবাসী কন্যা আশ্ৰমৰ পৰিচালক আৰু তেওেঁলাকৰ সেৱাত নিয়োজিত ব্যক্তি‍।.১ সংগঠনটোৰ তত্বাৱধানত তেওঁ এখন টেইলাৰিং আৰু নিটিং স্কুল, মছলা আৰু পাপড় নিৰ্মাণ ইউনিট আৰু জনজাতীয় মহিলা আৰু শিশুৰ বাবে এটা স্বাস্থ্য কেন্দ্ৰ চলাই আছে।২ মধ্যপ্ৰদেশৰ নিৱালীত থকা কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় সোঁৱৰণী ন্যাসৰ অফিচিয়েল প্ৰতিনিধি (প্ৰতিনিধি)৩ আৰু নৰ্মাদা নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ (এনচিএ) অংশ চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ বাবে পুনৰ সংস্থাপন আৰু পুনৰ্বাসন উপগোটৰ সদস্য।৪

গ্ৰাম্য সমাজৰ প্ৰতি আগ বঢে়াৱা সেৱাৰ বাবে ১৯৯৮ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা চতুৰ্থ তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰা হয়৷৫ তেওঁ ইণ্ডিয়ান মাৰ্চেণ্টছ চেম্বাৰ্ছ লেডিজ উইঙৰ জানাকী দেৱী বাজাজ বঁটাও (২০০২) লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ (20 December 2002). Jankidevi Bajaj Puraskar for Kanta Tyagi. The Tribune
  2. ↑ (11 December 2002). MP's Kanta Tyagi wins Jankidevi Bajaj Puraskar. Economic Times
  3. ↑ (2015). Smt. Kanta Tyagi, Pratinidhi, Kasturba Trust, Niwali branch – I.M.C. Ladies Wing felicitated by Janki Devi Bajaj Award.. Kasturba Gandhi National Memorial Trust
  4. ↑ (2015). Resettlement and Rehabilitation Subgroup. Narmada Control Authority
  5. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কান্তা ত্যাগী” প্ৰবন্ধৰ সংশোধন ৪৯১০৬৯ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।