অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাদিগড় ৰাষ্ট্ৰীয় উদ্যান

কাদিগড় ৰাষ্ট্ৰীয় উদ্যান (Kadigarh National Park) বাংলাদেশৰ ভালুকা উপজিলাৰ অন্তৰ্গত মইমনসিং জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ২০১০ চনৰ ২৪ অক্টোবৰত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াৰ আয়তন ৩৪৪.১৩ হেক্টৰ।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কাদিগড় ৰাষ্ট্ৰীয় উদ্যান (Kadigarh National Park) বাংলাদেশৰ ভালুকা উপজিলাৰ অন্তৰ্গত মইমনসিং জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।১ ২০১০ চনৰ ২৪ অক্টোবৰত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াৰ আয়তন ৩৪৪.১৩ হেক্টৰ।২৩

অৱস্থান

কাচিনা বজাৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ উত্তৰে সিদ্ধস্তৰ বজাৰৰ কাষেৰে সখীপুৰ পথলৈকে মাইমনসিঙৰ ভালুকা উপজিলাত এই উদ্যানখন অৱস্থিত। ই পালগাঁও ছেক্সনৰ ওচৰত, কাচিনা গাঁৱৰ উত্তৰে আৰু পালগাঁও গাঁৱৰ পূবে অৱস্থিত।৪

ভাবুকি

ইয়াৰ আশে-পাশে থকা কাদিৰগ্ৰহ, কাচিনা, বটাজুৰ, পালগাঁও, তামাট আৰু ঢকুৰী গাঁৱত বন বিভাগৰ নিয়ম উলংঘা কৰি অবৈধভাৱে কাঠফলা কল স্থাপন কৰা হৈছে। এই কাঠফলা কলবোৰ শাল বনাঞ্চলৰ পৰা ডাঙৰ ডাঙৰ গছ কটাত সক্ৰিয়ভাৱে জড়িত, প্ৰায়ে দিনৰ পোহৰৰ লগতে আন্ধাৰতো সক্ৰিয়৷ অবৈধভাৱে সংগ্ৰহ কৰা কাঠসমূহ ওচৰৰ বজাৰসমূহৰ আচবাবৰ দোকানত বিক্ৰী কৰা হয়।৫

তথ্যসূত্ৰ

  1. ↑ Annual Report 2018-19. Bangladesh Forest Department
  2. ↑ Annual Report 2017-18. Bangladesh Forest Department
  3. ↑ Protected Areas of Bangladesh. Bangladesh Forest Department
  4. ↑ Tourist Attractions
  5. ↑ (3 February 2016). Tree felling rampant at govt forest in Mymensingh. The Daily Star (Bangladesh)

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অৰণ্যবাংলাদেশৰ ৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাদিগড় ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৭২১১৬ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।