অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কবিতা অধ্যয়ন গোট

কবিতা অধ্যয়ন গোট (ইংৰাজী: Kabita Adhyayan Got) হ'ল কবিতা আৰু কবিতা বিষয়ক মুকলি চিন্তা-চৰ্চাৰ বাবে গঠিত এটি অধ্যয়ন চক্ৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উজনি অসমৰ কেইজনমান কবি আৰু সমালোচকৰ উদ্যোগত ২০১৯ চনত এই গোটটো গঠিত হয়।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৫ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কবিতা অধ্যয়ন গোট (ইংৰাজী: Kabita Adhyayan Got) হ'ল কবিতা আৰু কবিতা বিষয়ক মুকলি চিন্তা-চৰ্চাৰ বাবে গঠিত এটি অধ্যয়ন চক্ৰ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উজনি অসমৰ কেইজনমান কবি আৰু সমালোচকৰ উদ্যোগত ২০১৯ চনত এই গোটটো গঠিত হয়। ২০২০ চনত এই গোটৰ উদ্যোগত 'পৰ্বান্তৰৰ পদ্য' শীৰ্ষক এখনি কবিতা বিষয়ক ইস্তাহাৰ প্ৰকাশ পায়।১ গোটটোৰ সৈতে প্ৰতিষ্ঠাকালৰেপৰা জড়িত হৈ থকা কবি, সমালোচককেইগৰাকী হ'ল আনন্দ বৰমুদৈ (সভাপতি), কল্যাণ ভূঞা (যুটীয়া সম্পাদক), প্ৰকল্প ৰঞ্জন ভাগৱতী (যুটীয়া সম্পাদক), প্ৰণয় ফুকন, ৰাজীব বৰা।

তথ্যসূত্ৰ

  1. ↑ assamtimespost.in/?p=16328

সম্পৰ্কিত শ্ৰেণী

কবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা অধ্যয়ন গোট” প্ৰবন্ধৰ সংশোধন ৪৮২৩৫২ (২৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।