অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলেন ক'ৰনাৰ' পিচ্‌ক'পিয়া

এলেন ক'ৰনাৰ' পিচ্‌ক'পিয়া, যি হেলেন ক'ৰনাৰ' হিচাপেও জনাজাত আছিল ভেনেটিয়ান দাৰ্শনিক। তেওঁ বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক ডিগ্ৰী পোৱা প্ৰথম মহিলাসকলৰ এগৰাকী আছিলে। ১৬৭৮ চনত তেওঁ বিশ্বৰ ভিতৰতে ডক্টৰেট ডিগ্ৰী পোৱা প্ৰথম মহিলা হয়।

হালনাগাদ: ২৪ মে’ ২০২০ ৩২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এলেন ক'ৰনাৰ' পিচ্‌ক'পিয়া, যি হেলেন ক'ৰনাৰ' হিচাপেও জনাজাত আছিল ভেনেটিয়ান দাৰ্শনিক। তেওঁ বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক ডিগ্ৰী পোৱা প্ৰথম মহিলাসকলৰ এগৰাকী আছিলে১। ১৬৭৮ চনত তেওঁ বিশ্বৰ ভিতৰতে ডক্টৰেট ডিগ্ৰী পোৱা প্ৰথম মহিলা হয়। ২

তথ্যসূত্ৰ

  1. ↑ Paul F. Grendler (1988). John W. O'Malley (ed.). Schools, Seminaries, and Catechetical Instruction, in Catholicism in Early Modern History 1500-1700: A Guide to Research. Center for Information Research. p. 328
  2. ↑ www.agnesscott.edu/lriddle/women/piscopia.htm

সম্পৰ্কিত শ্ৰেণী

দাৰ্শনিকইটালীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলেন ক'ৰনাৰ' পিচ্‌ক'পিয়া” প্ৰবন্ধৰ সংশোধন ২৩১২০২ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।