অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এডৱাৰ্ড ডব্লিউ ক্লাৰ্ক

এডৱাৰ্ড ডব্লিউ. ক্লাৰ্ক (১৯ শতিকা) অসমলৈ অহা এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী। শিৱসাগৰৰ প্ৰধান পাদুৰীৰ দায়িত্ব বহন কৰিছিল ১৮৬৯ চনৰপৰা ১৮৭৬ চনলৈ। ১৮৭২ চনত নগা পাহাৰলৈ গৈ গাৰো, নগা আৰু চাহ বনুৱা সকলৰ মাজত ধৰ্ম প্ৰচাৰ কৰিছিল। সম্ভৱত: ১৮৭৩-৭৫ চনৰ সময়চোৱাত 'অৰুণোদই' সম্পাদনা কৰিছিল।

হালনাগাদ: ৮ ডিচেম্বৰ ২০১৪ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

এডৱাৰ্ড ডব্লিউ. ক্লাৰ্ক (১৯ শতিকা) অসমলৈ অহা এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী। শিৱসাগৰৰ প্ৰধান পাদুৰীৰ দায়িত্ব বহন কৰিছিল ১৮৬৯ চনৰপৰা ১৮৭৬ চনলৈ। ১৮৭২ চনত নগা পাহাৰলৈ গৈ গাৰো, নগা আৰু চাহ বনুৱা সকলৰ মাজত ধৰ্ম প্ৰচাৰ কৰিছিল। সম্ভৱত: ১৮৭৩-৭৫ চনৰ সময়চোৱাত 'অৰুণোদই' সম্পাদনা কৰিছিল। ১৮৭৭ চনত হেৰিয়েট বি. এল. কট্টাৰ-য়ে লিখা 'Phrases in English and Assamese' গ্ৰন্থৰ সম্পাদনা কৰে। আন ভাষাতো পুথি লিখিছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৩৭

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান বেপ্তিষ্ট মিছনেৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডৱাৰ্ড ডব্লিউ ক্লাৰ্ক” প্ৰবন্ধৰ সংশোধন ১৪৩২০৬ (৮ ডিচেম্বৰ ২০১৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।