একে লিংগৰ সম্পৰ্ক (ইংৰাজী: Same sex relationship) হল একে লিংগৰ দুজন ব্যক্তিৰ মাজৰ প্ৰেম তথা যৌন সম্পৰ্ক। একে লিংগৰ বিয়া একে লিংগৰ দুজন ব্যক্তিৰ মাজত আনুষ্ঠানিক বিবাহক বুজায়; কিছু দেশত একে লিংগৰ বিয়াৰ সলনি আইনী দম্পতী নামৰ ব্যৱস্থা দেখা যায়।১২ একে লিংগৰ সম্পৰ্ক বিশেষভাৱে কোনো যৌন অভিমুখিতাৰ অন্তৰ্গত নহয়।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Debra Umberson; Thomeer, Mieke Beth; Kroeger, Rhiannon A.; Lodge, Amy Caroline; Xu, Minle (2015). "Challenges and Opportunities for Research on Same-Sex Relationships". Journal of Marriage and the Family. 77 (1): 96–111
- ↑ Frost, David M.; Meyer, Ilan H.; Hammack, Phillip L. (2015). "Health and Well-Being in Emerging Adults' Same-Sex Relationships: Critical Questions and Directions for Research in Developmental Science". Emerging Adulthood (Print). 3 (1): 3–13
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একে লিংগৰ সম্পৰ্ক” প্ৰবন্ধৰ সংশোধন ৩০৬৯৬১ (২০ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।