অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উত্তৰ চেণ্টিনেল দ্বীপ

উত্তৰ চেণ্টিনেল দ্বীপ বঙ্গোপসাগৰত স্থিত আন্দামান দ্বীপপুঞ্জৰ এটা দ্বীপ। এই দ্বীপ চেণ্টিনেলী জনগোষ্ঠীৰ বাসস্থান, যিসকল স্বেচ্ছামূলক বিচ্ছিন্নতাত জীৱন জাপন কৰে। অৰ্থাৎ তেওঁলোকে বাহিৰৰ জগতৰ সৈতে কোনো ধৰণৰ সংস্পৰ্শ নাৰাখে আৰু প্ৰায়ে বলপূৰ্বকভাৱে, বাহিৰৰ জগতৰ পৰা নিজৰ বিচ্ছিন্নতা ৰক্ষা কৰে।

হালনাগাদ: ১৯ অক্টোবৰ ২০২৪ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

উত্তৰ চেণ্টিনেল দ্বীপ বঙ্গোপসাগৰত স্থিত আন্দামান দ্বীপপুঞ্জৰ এটা দ্বীপ। এই দ্বীপ চেণ্টিনেলী জনগোষ্ঠীৰ বাসস্থান,১ যিসকল স্বেচ্ছামূলক বিচ্ছিন্নতাত জীৱন জাপন কৰে। অৰ্থাৎ তেওঁলোকে বাহিৰৰ জগতৰ সৈতে কোনো ধৰণৰ সংস্পৰ্শ নাৰাখে আৰু প্ৰায়ে বলপূৰ্বকভাৱে, বাহিৰৰ জগতৰ পৰা নিজৰ বিচ্ছিন্নতা ৰক্ষা কৰে। ২দ্বীপটোৰ দৈৰ্ঘ্য প্ৰায় ৮ কিলোমিটাৰ (৫.০ মাইল) আৰু বহল ৭ কিলোমিটাৰ (৪.৩ মাইল) আৰু ইয়াৰ আয়তন প্ৰায় ৬০ বৰ্গ কিলোমিটাৰ (২৩ বৰ্গমাইল)।

১৯৫৬ চনৰ আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ আদিবাসী জনজাতি সুৰক্ষা আইন৩ অনুসৰি দ্বীপটোলৈ যাত্ৰা কৰা নিষিদ্ধ, আৰু ৫ নটিকেল মাইল (৯.৩ কিলোমিটাৰ)তকৈ ওচৰৰ যিকোনো ধৰণৰ পৰিবহন নিষিদ্ধ, যাতে এই জনজাতীয় সম্প্ৰদায়ক "মূল ভূখণ্ড" সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যায়। ইয়াৰ কাৰণ হʼলযে তেওঁলোকৰ (সম্ভৱতঃ) কোনো আয়ত্ব কৰা ৰোগৰ প্ৰতিৰোধ ক্ষমতা কম। এই অঞ্চলত কেৱল ভাৰতীয় নৌসেনাৰহে টহলৰ অনুমতি আছে।

তথ্যসূত্ৰ

  1. ↑ A visit to North Sentinel island: 'Please, please, please, let us not destroy this last haven'
  2. ↑ Sasikumar, M. U. N. D. A. Y. A. T. (2018). The Sentinelese of the north Sentinel Island: Concerns and perceptions. Journal of the Anthropological Survey of India, 67(1), 37-44
  3. ↑ (2018-11-25). Ten Indian families world knows nothing about. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ চেণ্টিনেল দ্বীপ” প্ৰবন্ধৰ সংশোধন ৪৩৯১৯৫ (১৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।