অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইছমাইল

ইছমাইল (আৰৱী: إسماعيل) কোৰআন আৰু বাইবেলত উল্লিখিত এক ঐতিহাসিক ব্যক্তি। মুছলিমসকলে বিশ্বাস কৰে যে, তেওঁ এজন নবী, আৰু তেওঁৰ সম্মানাৰ্থে তেওঁৰ নামোচ্চাৰণৰ সৈতে 'আলাইহিছ ছালাম' (সংক্ষেপে আঃ) বা 'শান্তি বৰ্ষিত হওক' উচ্চাৰণ কৰা হয়।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ইছমাইল (আৰৱী: إسماعيل) কোৰআন আৰু বাইবেলত উল্লিখিত এক ঐতিহাসিক ব্যক্তি। মুছলিমসকলে বিশ্বাস কৰে যে, তেওঁ এজন নবী, আৰু তেওঁৰ সম্মানাৰ্থে তেওঁৰ নামোচ্চাৰণৰ সৈতে 'আলাইহিছ ছালাম' (সংক্ষেপে আঃ) বা 'শান্তি বৰ্ষিত হওক' উচ্চাৰণ কৰা হয়। তেওঁ ইব্ৰাহিমৰ সৰ্ৱপ্ৰথম সন্তান আৰু ইব্ৰাহিমৰ স্ত্ৰী হাজেৰাৰ গৰ্ভত তেওঁৰ জন্ম। বাইবেলৰ বৰ্ণনামতে তেওঁ ১৩৭ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল।১

বাইবেলত উল্লেখ

বাইবেলত তেওঁৰ উল্লেখ ইশ্বমায়েল নামেৰে আছে, তাত তেওঁৰ পিতাৰ নাম উচ্চাৰিত হয় 'আব্ৰাহাম' হিচাপে।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Fredrick E. Greenspahn. (2005). Encyclopedia of Religion. Macmillan Reference USA. পৃ. 4551-4552. ISBN 9780028657400

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইছমাইল” প্ৰবন্ধৰ সংশোধন ৫৩৮৬১৪ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।