অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

আৰোগ্য লক্ষ্মী আঁচনি

আৰোগ্য লক্ষ্মী যোজনা তেলেংগানা চৰকাৰে গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাক সহায়ৰ বাবে আৰম্ভ কৰা এক পুষ্টি কাৰ্যসূচী। এই আঁচনিখন দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ মহিলাসকলৰ বাবে উপলব্ধ।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আৰোগ্য লক্ষ্মী যোজনা তেলেংগানা চৰকাৰে গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাক সহায়ৰ বাবে আৰম্ভ কৰা এক পুষ্টি কাৰ্যসূচী। এই আঁচনিখন দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ মহিলাসকলৰ বাবে উপলব্ধ।১২৩ ৰাজ্যৰ ৩৫ হাজাৰ অংগনবাড়ী কেন্দ্ৰত ২.৭১ লাখৰো অধিক গৰ্ভৱতী মহিলা আৰু ২.০৩ লাখ দুগ্ধপান কৰা মাতৃক সম্পূৰ্ণ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। মহিলা আৰু শিশুৰ পুষ্টিৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি ইয়াৰ ডিজাইন কৰা হৈছে।

ইতিহাস

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ২০১৫ চনৰ ১ জানুৱাৰীত এই আঁচনিখন শুভাৰাম্ভ কৰে। ৪৫ এই আঁচনিখন অমৰুতা হস্তমৰ উন্নত সংস্কৰণ।

আঁচনিখন

ৰাজ্যখনৰ ৩১,৮৯৭টা অংগনবাড়ী আৰু ৪,০৭৬টা মিনি অংগনবাড়ী কেন্দ্ৰত পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰা হয়।৬ এই কাৰ্যসূচীৰ অধীনত এজন হিতাধিকাৰীয়ে ৭ মাহৰপৰা ৩ বছৰ বয়সৰ শিশুৰ বাবে প্ৰতিমাহে ১৬টা কণী লাভ কৰে।

৩ৰপৰা ৬ বছৰ বয়সৰ শিশুৱে প্ৰতিদিনে এটাকৈ কণী লাভ কৰে।

গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মাতৃয়েও প্ৰতিদিনে এটাকৈ কণী আৰু মাহে ২৫ দিন ২০০ মিলিলিটাৰ গাখীৰ খাবলৈ দিয়া হয়।

গৰ্ভৱতী বা দুগ্ধপান কৰোৱা মহিলাক মাহত ২৫ দিন প্ৰতিদিনে এবাৰকৈ আহাৰ প্ৰদান কৰা হয়।৭

তথ্যসূত্ৰ

  1. ↑ Arogya Lakshmi sees spike in enrollment
  2. ↑ WDCW Department – Government of Telangana
  3. ↑ Arogya Laxmi boosts women, child health
  4. ↑ (6 January 2015). ‘Arogya Laxmi’ scheme. The Hindu
  5. ↑ Telangana becoming a role model State: Governor
  6. ↑ District Collector warns government doctors
  7. ↑ <open> Telangana: Multi-facility anganwadis soon in Nalgonda says Pushpalatha

সম্পৰ্কিত শ্ৰেণী

তেলংগানা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰোগ্য লক্ষ্মী আঁচনি” প্ৰবন্ধৰ সংশোধন ৫৯৯৭২৫ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।