অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

আৰিফা ছৈয়দ জাহিৰ

আৰিফা ছৈয়দ জাহিৰ (ইংৰাজী: Arifa Sayed Zaheer; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান মহিলা লীগত ক্লাব ওড়িশাৰ ডিফেণ্ডাৰ হিচাপে খেলে। ২০২২ চনত তেওঁক ভাৰত মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ শিবিৰলৈ মাতি অনা হয়।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আৰিফা ছৈয়দ জাহিৰ (ইংৰাজী: Arifa Sayed Zaheer; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান মহিলা লীগত ক্লাব ওড়িশাৰ১ ডিফেণ্ডাৰ হিচাপে খেলে। ২০২২ চনত তেওঁক ভাৰত মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ শিবিৰলৈ মাতি অনা হয়।২ ইয়াৰ পূৰ্বে তেওঁ কেনক্ৰে এফ চি আৰু সেতু এফ চিৰ সৈতে খেলিছিল।৩

প্ৰাৰম্ভিক জীৱন

মুম্বাইত জন্মগ্ৰহণ কৰা জাহিৰে জীৱনৰ প্ৰথম সময়খিনি কুৱেইট আৰু চৌদি আৰবত কটায়।৪ তাত তেওঁ স্থানীয় চেমুৱেল ফুটবল একাডেমী আৰু কমিউনিটি ফুটবল ক্লাব ইণ্ডিয়াৰ সৈতে খেলিবলৈ আৰম্ভ কৰে।

কেৰিয়াৰ

২০২২ চনত ভাৰতীয় মহিলাৰ ২৩ বছৰ অনুৰ্ধ ৩ জাতিৰ প্ৰতিযোগিতা শিবিৰলৈ তেওঁক মাতি অনা হৈছিল। ২০২২ চনত তেওঁ সেতু এফ চিৰ হৈ খেলে যিয়ে ইণ্ডিয়ান মহিলা লীগ ২০২২ত ৰানাৰ্ছ আপৰ স্থান দখল কৰে।৫ ২০২৩ চনৰ জুলাই মাহত ওড়িশা এফ চিয়ে তেওঁক দুবছৰৰ বাবে চুক্তিবদ্ধ কৰে। ওড়িশা এফ চিয়ে অভিষেক ঘটাৰ লগে লগে তেওঁ ষষ্ঠ ইণ্ডিয়ান মহিলা লীগ খেলিব।৬ ২০২৩ চনত তেওঁ গোৱাৰ ফাটৰডাত ২৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল চেম্পিয়নশ্বিপ খেলিছিল।

তথ্যসূত্ৰ

  1. ↑ Odisha FC. Odisha FC
  2. ↑ arifa zaheer: Latest News & Videos, Photos about arifa zaheer · The Economic Times - Page 1. The Economic Times
  3. ↑ Arifa Zaheer Sayed. worldfootball.net
  4. ↑ Release, Press. (2022-07-22). Odisha FC Women sign defender Arifa Zaheer on two-year deal!. Arunava about Football
  5. ↑ (13 April 2023). Personalities - Arifa Zaheer. www.orisports.com
  6. ↑ (2023-04-26). Bala & Co ready to dazzle. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰিফা ছৈয়দ জাহিৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫২৬৩ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।