অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আহলে কিতাপ

আহলে কিতাপ বা আহলে কিতাব (أهل الكتاب) হৈছে সেই সকল জাতি যিসকলে মুহাম্মাদ(ছাঃ)ৰ নবুওত প্ৰাপ্তৰ আগতেই সংগঠিত হৈছে, এই জাতিৰ উপৰত প্ৰত্যাদেশ সংবলিত ধৰ্মগ্ৰন্থ অৱতীৰ্ণ হৈছিল সেয়েহেই ইহঁতক আহলে কিতাব বা কিতাপৰ মানুহ বোলে। এই জাতিসমূহ আব্ৰাহামীয় মতবাদত বিশ্বাসী।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

আহলে কিতাপ বা আহলে কিতাব (أهل الكتاب) হৈছে সেই সকল জাতি যিসকলে মুহাম্মাদ(ছাঃ)ৰ নবুওত প্ৰাপ্তৰ আগতেই সংগঠিত হৈছে, এই জাতিৰ উপৰত প্ৰত্যাদেশ সংবলিত ধৰ্মগ্ৰন্থ অৱতীৰ্ণ হৈছিল সেয়েহেই ইহঁতক আহলে কিতাব বা কিতাপৰ মানুহ বোলে। এই জাতিসমূহ আব্ৰাহামীয় মতবাদত বিশ্বাসী। মুলত ইহুদি আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহসকলৰ ইছলামীয় দৰ্শন অণুযায়ী এই অবিধাত ভুষিত কৰা হয়। ইছলামী শ্বৰীয়ত অনুযায়ী এই জনজাতিৰ সৈতে বৈবাহিক সম্পৰ্কৰ অনুমতি আছে।

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহলে কিতাপ” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৮৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।