অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আয়িক্কাৰা

ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ কান্নুৰ পৌৰ নিগমৰ ৫৫টা বিভাগৰ ভিতৰত আয়িক্কাৰা অন্যতম। কান্নুৰ দুৰ্গ, আৰু মাপিলা উপসাগৰ আয়িক্কাৰাৰ ওচৰত। ইয়াত বাস কৰে এগৰাকী উল্লেখযোগ্য মহিলা অধিকাৰ কৰ্মী চাহিল ছালিম।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ কান্নুৰ পৌৰ নিগমৰ ৫৫টা বিভাগৰ ভিতৰত আয়িক্কাৰা অন্যতম। কান্নুৰ দুৰ্গ, আৰু মাপিলা উপসাগৰ আয়িক্কাৰাৰ ওচৰত। ইয়াত বাস কৰে এগৰাকী উল্লেখযোগ্য মহিলা অধিকাৰ কৰ্মী চাহিল ছালিম।১

স্থানীয় নাম

স্থানীয় লোকে আয়িক্কাৰাক ‘কান্নুৰ চহৰ’ বুলি কয় কাৰণ এসময়ত আৰাক্কল শাসনৰ সময়ত ই ডাউনটাউন এলেকা আছিল। মহানগৰীৰ অঞ্চলটোক 'কান্নুৰ চহৰ' বুলি কোৱা হয়।

আৰক্কাল ৰাজপ্ৰাসাদ

আৰাক্কল পৰিয়ালৰ ৰাজপ্ৰাসাদ আৰাক্কলকেট্টুৰ অৱশিষ্টও আয়িকাৰাত অৱস্থিত। কেৰালা চৰকাৰে আৰাক্কলকেট্টুৰ এটা অংশ সংস্কাৰ কৰি সংগ্ৰহালয় হিচাপে পৰিগণিত কৰিছে। এই আৰাক্কাল সংগ্ৰহালয় আয়িকাৰাত অৱস্থিত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

মাপিলা বে

‘মাপিলা বে মাছ ধৰা বন্দৰ’ আয়িক্কাৰাত অৱস্থিত। বন্দৰৰ সমীপতে চৰকাৰী মিছামাছৰ হেচাৰীও আছে।

তথ্যসূত্ৰ

  1. ↑ Pathetic condition of Women's post metric hostel Kannur

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়িক্কাৰা” প্ৰবন্ধৰ সংশোধন ৬২৩৯৭৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।