অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাপিলা উপসাগৰ

মাপিলা উপসাগৰ (বা মপিলা বে’) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ পৌৰ নিগমৰ আয়িক্কাৰাত অৱস্থিত এটা প্ৰাকৃতিক বন্দৰ। উপসাগৰখনৰ এফালে ১৫ শতিকাত পৰ্তুগীজসকলে নিৰ্মাণ কৰা ফ’ৰ্ট চেণ্ট এঞ্জেলো আৰু আনফালে আৰাক্কাল পেলেচ।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
মাছ ধৰা বন্দৰ আৰু দূৰৈত পুৰণি আৰাক্কাল ৰাজ্য
মাছ ধৰা বন্দৰ আৰু দূৰৈত পুৰণি আৰাক্কাল ৰাজ্যছবি: MANOJTV at English Wikipedia · CC BY-SA 3.0
কান্নুৰ দুৰ্গৰ পৰা
কান্নুৰ দুৰ্গৰ পৰাছবি: Bijesh · CC BY-SA 3.0

মাপিলা উপসাগৰ (বা মপিলা বে’) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ পৌৰ নিগমৰ আয়িক্কাৰাত অৱস্থিত এটা প্ৰাকৃতিক বন্দৰ।১ উপসাগৰখনৰ এফালে ১৫ শতিকাত পৰ্তুগীজসকলে নিৰ্মাণ কৰা ফ’ৰ্ট চেণ্ট এঞ্জেলো আৰু আনফালে আৰাক্কাল পেলেচ।

কোলাথিৰীৰ শাসনৰ সময়ত এই উপসাগৰখন বিখ্যাত আছিল বাণিজ্যিক বন্দৰ হিচাপে যিয়ে আমদানিৰ ক্ষেত্ৰত কোলাথুনাডুক লাক্ষাদ্বীপ আৰু বিদেশী দেশৰ সৈতে সংযোগ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Fishing at Mappila Bay kannur: DTPC Kannur. dtpckannur. DTPC Kannur (Dept.of Tourism, Govt. of Kerala)

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাপিলা উপসাগৰ” প্ৰবন্ধৰ সংশোধন ৬২৩৯৬৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।