অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তৰ্জাতিক শিক্ষাৰ্থী দিৱস

"আন্তৰ্জাতিক শিক্ষাৰ্থী দিৱস" প্ৰত্যেক বছৰৰ ১৭ নৱেম্বৰত পালন কৰা হয়। এই দিনটোৰ পৰাই পাৰাগুৱেৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে সাহসিকতাৰে ৰাষ্ট্ৰীয় গৌৰৱ আৰু উচ্চ শিক্ষাৰ অধিকাৰৰ বাবে যুঁজিছিল।

হালনাগাদ: ১ ডিচেম্বৰ ২০২২ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

"আন্তৰ্জাতিক শিক্ষাৰ্থী দিৱস" প্ৰত্যেক বছৰৰ ১৭ নৱেম্বৰত পালন কৰা হয়। এই দিনটোৰ পৰাই পাৰাগুৱেৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে সাহসিকতাৰে ৰাষ্ট্ৰীয় গৌৰৱ আৰু উচ্চ শিক্ষাৰ অধিকাৰৰ বাবে যুঁজিছিল। ১৯৩৯ চনত নাজী বাহিনীয়ে এই শিক্ষাৰ্থী প্ৰতিবাদকাৰীসকলৰ বিচাৰ নোহোৱাকৈ নজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড প্ৰদান কৰে আৰু ১,২০০ ৰো অধিক শিক্ষাৰ্থীক কনচেণ্ট্ৰেচন কেম্পলৈ প্ৰেৰণ কৰে। তাৰে বহুত শিক্ষাৰ্থীক অত্যাচাৰ কৰি হত্যা কৰে। আন্তৰ্জাতিক শিক্ষাৰ্থী দিৱসত তেওঁলোকৰ ত্যাগক স্মৰণ কৰা হয় আৰু আন্তৰ্জাতিক শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাসমূহ নিৰ্মূল কৰিবৰ বাবে সজাগতা বৃদ্ধি কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ nationaltoday.com/international-students-day/

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক শিক্ষাৰ্থী দিৱস” প্ৰবন্ধৰ সংশোধন ৩৩৯৪১৬ (১ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।