আন্তৰ্জাতিক পাৰালিম্পিক মভমেণ্টৰ পতাকা ছবি: International Paralympic Committee · Public domain
আন্তৰ্জাতিক অলিম্পিক কমিটি (International Olympic Committee চমুকৈ IOC ) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee ) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমূহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।
কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা , ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰণৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।
ইতিহাস
১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকতে পোন প্ৰথম বাৰৰ বাবে দেশসমূহৰ নামৰ প্ৰথম তিনিটা আখৰেৰে ( বা আন সুবিধাজনক আখৰেৰে) প্ৰকাশিত অলিম্পিকৰ প্ৰতিবেদন সমূহত লিখাৰ ব্যৱস্থা কৰা হয়।১ পিছে,এই ৰাষ্ট্ৰ ক’ড বিলাক আয়োজক দেশৰ ভাষাৰেহে ৰখা হৈছিল (উদাহৰণ স্বৰূপে ১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত জাপান ৰ ক’ড আছিল GIA, কাৰণ এই দুই অলিম্পিক ইটালীত অনুষ্ঠিত হৈছিল আৰু ইটালীয় ভাষাত জাপান ক Giappone বুলি কোৱা হয়, তেনেদৰে ফৰাছী ভাষাত কোৰিয়াৰ নাম Corée হোৱাৰ বাবে ইয়াৰ ক’ড COR ৰখা হৈছিল। )১৯৭২ চনৰ শীত অলিম্পিকলৈ এই ক’ড সমূহ আদৰ্শীকৰণ কৰি বৰ্তমান ৰূপলৈ অনা হয়, যদিও পিছলৈ সালসলনি নোহোৱা নহয়। তাৰপৰি চোভিয়েত ইউনিয়নৰ বিভাজন,জাৰ্মানী ৰ বিভাজন আৰু একীকৰণ, যুগোশ্লাভিয়াৰ খণ্ডিতকৰণ, ছেক্শ্লা্ভাকিয়াৰ বিভাজন আৰু বহুতো ভৌগোলিক পূণৰ্নামকৰণ ইত্যাদিৰ বাবে এই ৰাষ্ট্ৰক’ড সমূহ সময়ে সময়ে সলনি কৰিব লগা হৈছে।
প্ৰায় দুশ “ জাতীয় অলিম্পিক সমিতি” সমিতিৰ এই তালিকা খনৰ বাহিৰেও, জাতীয় পাৰা-অলিম্পিক সমিতি সমূহকো আন্তৰ্জাতিক অলিম্পিক সমিতিৰ আদৰ্শীকৃত ৰাষ্ট্ৰক’ডৰ প্ৰয়োজন হয়। মাকাও আৰু ফেৰ’ দেশৰ ক’ড হ’ল ক্ৰমে MAC আৰু FRO।২ ৩
বৰ্তমান ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহ (এনঅ’চি)
বৰ্তমান অলিম্পিক মুভমেণ্টৰ মাজত ২০৪টা এনঅ’চি (ৰাষ্ট্ৰীয় অলিম্পিক কমিটি) আছে। তলৰ টেবুলখনত IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি, প্ৰত্যেক অলিম্পিক সমিতিৰ নামেৰে সৈতে বৰ্তমান ব্যৱহাৰ হোৱা ক’ডসমূহ আৰু লগতে আগতে ব্যৱহাৰ হোৱা আন ক’ড ( যদি আছে), IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি সন্নিৱিষ্ট কৰা হৈছে। কিছুমান আগতে ব্যৱহাৰ ক’ডৰ সবিশেষ পিছৰ শাখা বিলাকত দিয়া হৈছে। কেৱল কোনো গ্ৰীষ্ম (Summer Games) বা শীতকালীন অলিম্পিকৰ (Winter Games) বাবে ব্যৱহাৰ হোৱা ক’ড সমূহ ক্ৰমে "S" আৰু "W" ৰে সুচিত কৰা হৈছে।
সূচক: A B C D E F G H I J K L M N O P Q R S T U V Y Z
A
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত AFG ALB ALG AGR (1964), AGL (1968 S) AND ANG ANT ARG ARM ARU ASA AUS AUT (1956 W) AUT AUS (1956 W) AZE
B
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত BAH BAN BAR BAD (1964) BDI BEL BEN DAY (1964), DAH (1968–1976) BER BHU BIH BSH (1992 S) BIZ HBR (1968–1972) BLR BOL BOT BRA BRN BRU BUL BUR VOL (1972–1984)
C
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত CAF AFC (1968) CAM CAB (1964), KHM (1972–1976) CAN CAY CGO CHA CHD (1964) CHI CIL (1956 W, 1960 S) CHN CIV IVC (1964), CML (1968) CMR COD COK (1968), ZAI (1972–1996) COK COL COM CPV CRC COS (1964) CRO CUB CYP CZE
D
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত DEN DAN (1960 S, 1968 W), DIN (1968 S) DJI DMA DOM
E
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত ECU EGY RAU (1960, 1968), UAR (1964) ERI ESA SAL (1964–1976) ESP SPA (1956–1964, 1968 W) EST ETH ETI (1960, 1968)
F
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত FIJ FIG (1960) FIN FRA FSM
G
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত GAB GAM GBR GRB (1956 W–1960), GBI (1964) GBS GEO GEQ GER ALL (1968 W), ALE (1968 S) GHA GRE GRN GUA GUT (1964) GUI GUM GUY GUA (1960), GUI (1964)
H
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত HAI HKG HOK (1960–1968) HON HUN UNG (1956 W, 1960 S)
I
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত INA INS (1960) IND IRI IRN (1956–1988), IRA (1968 W) IRL IRQ IRK (1960, 1968) ISL ICE (1960 W, 1964 S) ISR ISV ITA IVB
J
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত JAM JOR JPN GIA (1956 W, 1960 S), JAP (1960 W)
K
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত KAZ KEN KGZ KIR KOR COR (1956 W, 1960 S, 1968 S, 1972 S) KSA ARS (1968–1976), SAU (1980–1984) KUW
L
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত LAO LAT LBA LYA (1964), LBY (1968 W) LBR LCA LES LIB LEB (1960 W, 1964 S) LIE LIC (1956 W, 1964 S, 1968 W) LTU LIT (1992 W) LUX
M
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত MAD MAG (1964) MAR MRC (1964) MAS MAL (1964–1988) MAW MDA MLD (1994) MDV MEX MGL MON (1968 W) MHL MKD MLI MLT MAT (1960–1964) MNE MON MOZ MRI MTN MYA BIR (1960, 1968–1988), BUR (1964)
N
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত NAM NCA NCG (1964), NIC (1968) NED OLA (1956 W), NET (1960 W), PBA (1960 S), NLD (1964 S), HOL (1968–1988) NEP NGR NGA (1964) NIG NGR (1964) NOR NRU NZL NZE (1960, 1968 W)
O
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত OMA
P
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত PAK PAN PAR PER PHI FIL (1960, 1968) PLE PLW PNG NGY (1976–1980), NGU (1984–1988) POL POR PRK NKO (1964 S, 1968 W), CDN (1968) PUR PRI (1960), PRO (1968)
Q
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত QAT
R
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত ROU ROM (1956–1960, 1972–2006), RUM (1964–1968) RSA SAF (1960–1972) RUS RWA
S
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত SAM SEN SGL (1964) SEY SIN SKN SLE SLA (1968) SLO SMR SMA (1960–1964) SOL SOM SRB SRI CEY (1960–1972) STP SUD SUI SVI (1956 W, 1960 S), SWI (1960 W, 1964 S) SUR SVK SWE SVE (1956 W, 1960 S), SUE (1968 S) SWZ SYR RAU (1960), SIR (1968)
T
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত TAN TGA TON (1984) THA TJK TKM TLS IOA (Individual Olympic Athletes, 2000) TOG TPE ৪ RCF (1960), TWN (1964–1968), ROC (1972–1976) TRI TRT (1964–1968) TUN TUR TUV
U
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত UAE UGA UKR URU URG (1968) USA SUA (1960 S), EUA (1968 S) UZB
V
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত VAN VEN VIE VET (1964), VNM (1968–1976) VIN
Y
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত YEM
Z
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত ZAM NRH (1964) ZIM RHO (1960–1972)
</div>
ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলসমূহ
এতিয়ালৈকে ব্যৱহাৰ হৈ থকা ক'ডসমূহ
১৩টা ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলৰ ক'ড বিলাক IOC য়ে এতিয়াও তেওঁলোকৰ ফলফলৰ তথ্যভাণ্ডাৰত ব্যৱহাৰ কৰি আহিছে।৫ যাতে সেইসময়ত পদক পোৱা লোকসকলৰ কথা সঠিক ভাৱে উল্লেক খৰিব পাৰি।
Code Nation/Team Other codes used AHO ANZ BOH BWI ANT (1960, 1968), WID (1964) EUA Unified Team of Germany GER (1956–1964) EUN Unified Team FRG ALL (1968 W), ALE (1968 S), GER (1972–1976) GDR ADE (1968) SCG YUG (1996 S-2002 W) TCH CSL (1956 W), CZE (1960 W), CSV (1960 S), CZS (1964 S), CHE (1968 S) URS SOV (1968 W) YUG JUG (1956–1960, 1968 W), YUS (1964 S) ZZX Mixed teams
Obsolete codes
সংকেত ৰাষ্ট্ৰ (NOC) বছৰসমূহ Notes BIR ১৯৪৮–১৯৮৮ বৰ্তমানৰ CEY ১৯৪৮–১৯৭২ বৰ্তমানৰ DAH ১৯৬৪–১৯৭৬ বৰ্তমানৰ HBR ১৯৬৮–১৯৭২ বৰ্তমানৰ KHM খেমাৰ প্ৰজাতন্ত্ৰ ১৯৭২–১৯৭৬ বৰ্তমানৰ MAL ১৯৫৬–১৯৬০ Competed independently prior to the formation of মালয়েছিয়া in ১৯৬৩ বৰ্তমানৰ NBO ১৯৫৬ NRH ১৯৬৪ বৰ্তমানৰ RAU ১৯৬০ বৰ্তমানৰ and RHO ১৯৬০–১৯৭২ বৰ্তমানৰ ROC ১৯৩২–১৯৭৬ বৰ্তমানৰ competing under the name '' SAA ১৯৫২ Competed independently prior to rejoining in ১৯৫৭. UAR ১৯৬৪ বৰ্তমানৰ VOL ১৯৭২–১৯৮৪ বৰ্তমানৰ YAR ১৯৮৪–১৯৮৮ Competed independently prior to Yemeni unification in ১৯৯০. বৰ্তমানৰ YMD ১৯৮৮ ZAI ১৯৭২–১৯৯৬ বৰ্তমানৰ — ১৯৪৮–১৯৬৪ বৰ্তমানৰ — ১৯৫২ বৰ্তমানৰ
IOC য়ে কোনো ৰাষ্ট্ৰৰ পদনাম সলনি কৰা বাবে প্ৰয়োজন হোৱা দুটা উল্লেখযোগ্য ক'ড পৰিৱৰ্তন হ'ল:
১৯৯২ অলিম্পিকত, হলেণ্ডৰ নাম নেদাৰলেণ্ড ঘোষণা কৰা বাবে . HOL পৰিবৰ্তিত কৰি NED কৰা হয়। ইৰাণৰ নাম ''Islamic Republic of Iran' হোৱা বাবে IRN সলাই ইৰাণৰ ক'ড IRI কৰা হয়, ১৯৯২ পিছৰ পৰা।
বিশেষ সংকেতসমূহ
ANZ : ১৯০৮ আৰু ১৯১২ চনৰ অলিম্পিকত আগৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ খেলুৱৈৰে গঠিত অষ্ট্ৰেলেচিয়া নামৰ দলটোৰ ক’ড ANZ আজিকালি IOC ৰ মেডেল তথ্যভাণ্ডাৰত ব্যৱহৃত হয়।৫ to identify the team from Australasia,১৯২০ চনৰ পৰা দুইখন দেশে পৃথক ভাৱে দল পঠিয়াই আহিছে।EUA : IOC ৰ মেডেল তথ্যভাণ্ডাৰত, ১৯৫৬ চনৰ পৰা ১৯৬৪ চনৰ মাজৰ কালছোৱাৰ পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানীৰ সন্মিলিত দলদুটাক বুজাবলৈ EUA ক’ডটো ব্যৱহাৰ কৰা হয়। এই সয়মছোৱাত হোৱা ছখন আলিম্পিকৰ আধিকাৰিক প্ৰতিবেদন সমূহত এই দলটোত কেৱল' জাৰ্মানী' বুলি জনা গৈছিল।EUN : ১৯৯২ চনৰ শীত আৰু গ্ৰীষ্মকালীন আলিম্পিকত প্ৰাক্তন চোভিয়েত ইউনিয়নৰ প্ৰায়বিলাক দেশ লগলাগি গঠন কৰা দলতোক বুজাবলৈ EUN ক’ড ব্যৱহাৰ কৰা হয়। সেইবাৰ কেৱল বাল্টিক দেশ বিলাকেহে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। বাকী ১২খন দেশে ১৯৯৪ বা ১৯৯৬ চনৰ পৰাহে সূকীয়াকৈ দল পঠোৱা আৰম্ভ কৰে।IOP :ৰাষ্ট্ৰসংঘৰ নিষিদ্ধকৰণৰ পৰিপ্ৰেক্ষিতত১৯৯২ চনৰ যুগোশ্লাভিয়াৰ খেলুৱৈ সকলে অংশগ্ৰহণ নিজৰ দেশৰ নামত অলিম্পিকত যোগদান কৰিব নোৱাৰিছিল। নোৱাৰিছিল। তেওঁলোকক ‘স্বতন্ত্ৰ অলিম্পিক খেলুৱৈ’ (Independent Olympic Participants) হিচাপে খেলিবৰ অনুমতি দি, তেওঁলোকৰ বাবে IOP ক’ড স্থিৰ কৰা হৈছিল।IOA : ২০০০ চনত ‘টিমৰ লেষ্টে’ (Timor-Leste)ৰ NOC গঠিত নোহোৱা বাবে তেওঁলোকক ব্যক্তিগত অলিম্পিক খেলুৱৈ ( Individual Olympic Participants) হিচাপে IOA ক’ডৰ তলত খৈলিবলৈ অনুমতি দিয়া হৈছিল। এই IOA ২০১২ চনৰ পুনৰ ব্যৱহাৰ কৰা হব। ২০১২ চনত ইয়াৰ অৰ্থ কৰা হব স্বতন্ত্ৰ আলিম্পিক এথলেট ( Independent Olympic Athletes), ইয়াত আগৰ নেডাৰলেণ্ড এণ্টিলেচৰ এথলেট সকলৰ লগতে দক্ষিণ চুডানৰ এজন দৌৰবিদ থাকিব। নেডাৰলেণ্ড এণ্টিলেচৰ আলিম্পিক সমিতিৰ সদস্য পদ যোৱাবছৰ খাৰিজ কৰা হয় আৰু দক্ষিণ চুডানে এতিয়ালৈকে সমিতি গঠন কৰা নাই।IOC :২০১০ চনৰ এচিয়ান গেমচ কুটেইটৰ এথলেট সকলক বুজাবলৈ IOC ক’ড ব্যৱহাৰ কৰা হৈছিল,কাৰণ কুৱেইট অলিম্পিক সমিতিক সেই সময়ছোৱাত বৰ্খাস্ত কৰা হৈছিল।ZZX : নানান দেশৰ মিশ্ৰ এথলেট সকলে লাভ কৰা পদকৰ কথা বুজাবলৈ ZZX ক’ড ব্যৱহাৰ কৰা হয়( যেনে ফ্ৰান্স আৰু যুক্তৰাজ্য ৰ মিশ্ৰ দল), এনে পৰিস্থিতি ১৮৯৬, ১৯০০ আৰু ১৯০৪ চনত হোৱা দেখা গৈছিল।
লগতে চাওক
Comparison of IOC, FIFA, and ISO 3166 country codes ফিফাত দেশসমূহৰ সংকেতৰ তালিকা Lists of National Olympic Committees by continental association:Association of National Olympic Committees of Africa European Olympic Committees Oceania National Olympic Committees Olympic Council of Asia Pan American Sports Organization List of participating nations at the Summer Olympic Games List of participating nations at the Winter Olympic Games
অন্যান্য সংযোগসমূহ
VII Olympic Winter Games Cortina d'Ampezzo 1956 Official Report . Società Grafica Romana. পৃ. 70(ed.) Robert Rubin. VIII Olympic Winter Games Squaw Valley California 1960 Final Report . California Olympic Commission. পৃ. 92 (ed.) Giacomini, Romolo. (1963). The Games of the XVII Olympiad Rome 1960, The Official Report of the Organizing Committee, Volume 2 . Carlo Colombo. পৃ. 56 (1966). The Official Report of the Games of the XVIII Olympiad, Tokyo 1964, Volume II . The Organizing Committee for the Games of the XVIII Olympiad. পৃ. 1 (1969). Xth Winter Olympic Games Official Report . Comité d'Organisation des xèmes Jeux Olympiques d'Hiver de Grenoble. পৃ. 401 (ed.) Trueblood, Beatrice. (1969). The Official Report of the Organizing Committee of the Games of the XIX Olympiad Mexico 1968, Volume 3: The Games . Organizing Committee of the Games of the XIX Olympiad. পৃ. 16–17 (1973). The Official Report of XIth Winter Olympic Games, Sapporo 1972 . The Organizing Committee for the Sapporo Olympic Winter Games. পৃ. 434–455. ISBN 0-900315-05-9 (ed.) Kunze, Herbert. (1974). The official report of the Organizing Committee for the Games of the XXth Olympiad Munich 1972, Volume 3 The competitions . proSport. পৃ. 14 (ed.) Bertl Neumann. XII.Olympische Winterspiele Innsbruck 1976 Final Report . Organizing Committee for the XIIth Winter Olympic Games 1976 at Innsbruck. পৃ. 163 (ed.) Chantigny, Louis. (1978). Games of the XXI Olympiad Montréal 1976 Official Report, Volume III Results . COJO 76. পৃ. 7 (ed.) I. T. Novikov. (1981). Games of the XXII Olympiad Moscow 1980, Volume 3 Participants and Results . Fizkultura i Sport. পৃ. 9–10 (1984). Official Report of the Organising Committee of the XlVth Winter Olympic Games 1984 at Sarajevo . Oslobodenje. পৃ. 89–90 (ed.) Perelman, Richard B. (1985). Official Report of the Games of the XXIIIrd Olympiad Los Angeles 1984, Volume 2 Competition Summary and Results . Los Angeles Olympic Organizing Committee. পৃ. 202. ISBN 0-9614512-0-3 (ed.) Rodney Chapman. (1988). XV Olympic Winter Games Official Report . Calgary Olympic Development Association. পৃ. 621–645. ISBN 0-921060-26-2 (ed.) Lee Kyong-hee. (1989). Games of the XXIVth Olympiad Seoul 1988 Official Report, Volume 2: Competition Summary and Results . Seoul Olympic Organizing Committee. পৃ. 150–161 (ed.) Claudie Blanc, Jean-Marc Eysseric. (1992). Official Report of the XVI Winter Olympic Games of Albertville and Savoie . Comité d'organisation des XVIes Jeux olympiques d'hiver d'Albertville et de la Savoie. পৃ. 3. ISBN 2-9507109-0-5 (ed.) Cuyàs, Romà. (1992). Official Report of the Games of the XXV Olympiad Barcelona 1992, Volume IV The Games . COOB'92. পৃ. 396–397. ISBN 84-7868-097-7 (1994). Official Report of the XVII Olympic Winter Games . পৃ. 63 (ed.) Watkins, Ginger T. (1997). The Official Report of the Centennial Olympic Games, Volume III The Competition Results . Peachtree Publishers. পৃ. viii–ix. ISBN 1-56145-150-9 (ed.) Shinano Mainichi Shimbun. (1998). The XVIII Olympic Winter Games Official Report . The Organizing Committee for the XVIII Olympic Winter Games, Nagano 1998. পৃ. 12. ISBN 4-7840-9827-5 Sydney Organising Committee for the Olympic Games. (2001). Official Report of the XXVII Olympiad, Volume Three: Results . Sydney Organising Committee for the Olympic Games. পৃ. 1–5. ISBN 0-9579616-1-8 (2002-01-30). List of National Olympic Committees Participating in the XIX Olympic Winter Games in Salt Lake City . International Olympic Committee (ed.) Skarveli, Efharis; Zervos, Isabel. (2005). Official Report of the XXVIII Olympiad, Volume Two: The Games . Athens 2004 Organising Committee for the Olympic Games. পৃ. 528–529. ISBN 960-88101-7-5