অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আঁচল শৰ্মা

আঁচল শৰ্মা (आँचल शर्मा) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ নাই নভন্নু ল ৪ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। ২০১৮ চনত, তেওঁ শত্ৰু গেট আৰু জনি জেণ্টলমেনত অভিনয় কৰিছিল। তেওঁ হিন্দী সংগীত ভিডিঅ’ তেৰি মেৰী দাস্তানতো অংশ লৈছিল।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৫ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আঁচল শৰ্মা (आँचल शर्मा) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী।১ তেওঁ নাই নভন্নু ল ৪ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল।২ ২০১৮ চনত, তেওঁ শত্ৰু গেট আৰু জনি জেণ্টলমেনত অভিনয় কৰিছিল।৩৪ তেওঁ হিন্দী সংগীত ভিডিঅ’ তেৰি মেৰী দাস্তানতো অংশ লৈছিল।৫

প্ৰাৰম্ভিক জীৱন

আঁচল শৰ্মাই ১৯৯৫ চনৰ ১৮ মাৰ্চত কাঠমাণ্ডুত জন্মগ্ৰহণ কৰিছিল। নেপালী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হৈছিল।৬

চলচ্চিত্ৰ তালিকা

বছৰশিৰোনামভাষাচৰিত্ৰ
২০১৬নাই নভন্নু ল ৪নেপালীআঁচল
২০১৭জনি জেণ্টলমেননেপালী
২০১৮শত্ৰু গেটনেপালী
২০১৮ব্লেকনেপালী
২০১৯ডাল, ভাত, তৰকাৰিনেপালী
২০২২ঝিংগিয়ে দাউনেপালী
২০২২হিটমেন ৭তেলুগু

তথ্যসূত্ৰ

  1. ↑ सुन्दरको कमेडीमा आँचलको आक्रोश. Online Khabar
  2. ↑ (9 April 2016). Too much of drama. The Himalayan Times
  3. ↑ MaHa's Satru Gate in post-production
  4. ↑ Johnny Gentleman goes to Chitwan
  5. ↑ (11 February 2023). Director Nitin Chand recently launched his historical music video "Teri Meri Dastaan". Asian News International (ANI)
  6. ↑ (2018-01-20). আঁচল শৰ্মা. Nepali Trends
  7. ↑ (8 January 2022). Teaser of South Indian movie Hitman, featuring Nepali stars, released. The Himalayan

সম্পৰ্কিত শ্ৰেণী

নেপালী অভিনেত্ৰীনেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঁচল শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৩৮৫৭৭ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।