অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

অসম ফুটবল দল

অসম ফুটবল দল অসমৰ ৰাজ্যিক স্তৰৰ ফুটবল দল। এই দলে সৰ্বভাৰতীয় পৰ্য্যায়ৰ সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৪ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অসম ফুটবল দল অসমৰ ৰাজ্যিক স্তৰৰ ফুটবল দল। এই দলে সৰ্বভাৰতীয় পৰ্য্যায়ৰ সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।১

বৰ্তমান দল

As of 19 November 2024:২

বৰ্তমানৰ কাৰিকৰী সদস্য

পদনাম
মুখ্য প্ৰশিক্ষকসুবম ৰাভা
সহকাৰী প্ৰশিক্ষকদৈমালু বসুমতাৰী
গ'লৰক্ষক প্ৰশিক্ষকলোচন শইকীয়া
ফিজিঅ'থেৰাপিষ্টড° অভিষেক বৰা

সফলতা সমূহ

ৰাজ্যিক (চিনিয়ৰ)

  • ৰাষ্ট্ৰীয় ক্ৰীড়া
    • স্বৰ্ণ পদক (১): ২০০৭
    • ৰূপৰ পদক (১): ১৯৯৯

ৰাজ্যিক (যুৱ)

  • বি. চি. ৰয় ট্ৰফী
    • ৰাণাৰ্ছ আপ (৪): ১৯৬৩-৬৪, ১৯৬৯-৭০, ১৯৮৪-৮৫, ১৯৯৬-৯৭
  • মিৰ ইকবাল হুছেইন ট্ৰফী
    • বিজয়ী (৪): ১৯৮০, ১৯৮১, ১৯৮১–৮২, ২০১১–১২
    • ৰাণাৰ্ছ আপ (১): ১৯৮৩-৮৪
  • এম দত্ত ৰয় ট্ৰফী
    • ৰাণাৰ্ছ আপ (১): ১৯৯৪

অন্যান্য

  • ড° টি. আও নৰ্থ ইষ্ট ফুটবল ট্ৰফী
    • বিজয়ী (২): ২০০৩, ২০০৪৩

তথ্যসূত্ৰ

  1. ↑ Assam Football Association
  2. ↑ Assam Football Association announces official squad for Santosh Trophy 2024-25. indiatodayne.in. India Today
  3. ↑ Chaudhuri, Arunava. (2008). List of Winners/Runners-Up of the Dr. T. Ao NorthEast Football Trophy. indianfootball.de. Indian Football Network

সম্পৰ্কিত শ্ৰেণী

ফুটবল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ফুটবল দল” প্ৰবন্ধৰ সংশোধন ৪৪৯২৫১ (২৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।