অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা

অসমৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে (Archeological Survey of India) আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। এই স্মৃতিচিহ্নসমূহৰ চিনাক্তকৰণৰ বাবে ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে ৰাজ্যিক স্তৰত কিছুমান চক্ৰ গঠন কৰিছে।

হালনাগাদ: ৯ জানুৱাৰী ২০২৩ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অসমৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে (Archeological Survey of India) আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে।১ এই স্মৃতিচিহ্নসমূহৰ চিনাক্তকৰণৰ বাবে ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে ৰাজ্যিক স্তৰত কিছুমান চক্ৰ গঠন কৰিছে। ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে অসমত এনে ৫৫টা ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্ন চিনাক্ত কৰিছে।২ ভাৰতীয় পুৰাতত্ব বিভাগে এই কৃৰ্তিচিহ্ন সমূহৰ ৰক্ষণাবেক্ষণ কৰে।

ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা

|}

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ List of Monuments of National Importance as published by the Archaeological Survey of India
  2. ↑ List of Ancient Monuments and Archaeological Sites and Remains of Assam - Archaeological Survey of India. asi.nic.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংৰক্ষিত স্মৃতিচিহ্নঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৪২৫১৭ (৯ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।