সমাজহিতৈষী
৬ প্ৰবন্ধ
-
বিল গেট্ছ
উইলিয়াম হেনৰি গেট্ছ তৃতীয় (William Henry Gates III; জন্ম ২৮ অক্টোবৰ, ১৯৫৫ চন) হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু সমাজহিতৈষী। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত।
-
শ্বেৰিল ছেণ্ডবাৰ্গ
শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ (Sheryl Kara Sandberg); জন্ম: ২৮ আগষ্ট, ১৯৬৯) এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক। ছেণ্ডবাৰ্গে মেটা প্লেটফৰ্মছৰ মুখ্য পৰিচালন বিষয়া (COO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেওঁ ২০২২ চনৰ ১ জুনত ঘোষণা কৰে যে তেওঁ ২০২২ চনৰ শেষৰফালে পদত্যাগ কৰিব।
-
মেলিণ্ডা গেট্ছ
মেলিণ্ডা আন গেট্ছ (বিবাহৰ পূৰ্বে ফ্ৰেন্স; ১৫ আগষ্ট, ১৯৬৪; Melinda Ann Gates) হৈছে এগৰাকী আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক। ২০০০ চনত, পতি বিল গেট্ছৰ লগলাগি মেলিণ্ডাই বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠা কৰে; যিটো ২০১৫ চনলৈকে পৃথিৱীৰ সৰ্ববৃহৎ ব্যক্তিগত লোকহিতৈষী…
-
অনুতাই ৱাঘ
অনুতাই ৱাঘ (১৭ মাৰ্চ ১৯১০ – ১৯৯২) ভাৰতৰ প্ৰাক-বিদ্যালয় শিক্ষাৰ অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁ তাৰবাই মোডাকৰ পেছাদাৰী সহকৰ্মী আছিল। মোডাকৰ সৈতে তেওঁ এনে এটা কাৰ্যসূচীৰ পথ প্ৰদৰ্শক আছিল, যাৰ পাঠ্যক্ৰম থলুৱা আছিল, কম খৰচী পাঠদান সামগ্ৰী ব্যৱহাৰ কৰিছিল আৰু অংশগ্ৰহণকাৰীসকলৰ সামগ্ৰিক বিকাশৰ লক্ষ্য আছিল।
-
ইৰাৱতী কাৰ্ৱে
ইৰাৱতী কাৰ্ৱে (Irawati Karve; ১৫ ডিচেম্বৰ ১৯০৫– ১১ আগষ্ট ১৯৭০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী অগ্ৰণী ভাৰতীয় সমাজবিজ্ঞানী, নৃতত্ত্ববিদ, শিক্ষাবিদ আৰু লেখক আছিল। তেওঁ Indian Sociology & Sociology ৰ প্ৰতিষ্ঠাপক জি এছ ঘূৰেৰ ছাত্ৰী আৰু প্ৰথমগৰাকী মহিলা ভাৰতীয় সমাজবিজ্ঞানী বুলি দাবী কৰা হৈছে।
-
কালীকৃষ্ণ মিত্ৰ
কালীকৃষ্ণ মিত্ৰ (Kalikrishna Mitra; ১৮২২ – ২ আগষ্ট ১৮৯১) আছিল এগৰাকী ভাৰতীয় সমাজহিতৈষী, শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁ ভাৰতৰ প্ৰথমখন বেচৰকাৰী বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।