শ্ৰীলংকাৰ সাহিত্যিক
৬ প্ৰবন্ধ
-
চেহান কৰুণাতিলকা
চেহান কৰুণাতিলকা (Shehan Karunatilaka; জন্ম: ১৯৭৫) শ্ৰীলংকাৰ এগৰাকী লেখক। তেওঁ কলম্বোত ডাঙৰ-দীঘল হৈছিল, নিউজিলেণ্ডত পঢ়া-শুনা কৰিছিল আৰু লণ্ডন, আমষ্টাৰডাম আৰু ছিংগাপুৰত থাকি কাম কৰিছিল।
-
শ্ৰী গুনসিংহে
শ্ৰী গুণসিংহে (Siri Gunasinghe; সিংহলী: සිරි ගුණසිංහ; ১৮ ফেব্ৰুৱাৰী ১৯২৫ – ২৫ মে’ ২০১৭) শ্ৰীলংকাৰ এগৰাকী শিক্ষাবিদ, কবি, সংস্কৃতিবিদ, শিল্পকলা ইতিহাসবিদ, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা আছিল। মুক্ত সিংহল কবিতাৰ সৃষ্টিশীলতাক নিখুঁত আৰু তীক্ষ্ণ কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
অনুক অৰুদপ্ৰগাশম
অনুক অৰুদপ্ৰগাশম (Anuk Arudpragasam, তামিল ভাষাত:அனுக் அருட்பிரகாசம் জন্ম:১৯৮৮) এগৰাকী শ্ৰী লংকান ঔপন্যাসিক, যি ইংৰাজী আৰু তামিল দুয়োটা ভাষাতে লেখা-মেলা কৰে।
-
চন্দ্ৰৰত্ন বান্দৰা
চন্দ্ৰৰত্ন বান্দাৰা (Chandrarathna Bandara) হ'ল শ্ৰীলংকাৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক। ১৯৯১ চনত তেওঁ তেওঁৰ সাহিত্য-কৰ্মৰ বাবে ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিছিল। পূৰ্বৰ সাহিত্য-কৰ্মত তেওঁৰ আগ্ৰহৰ বিষয় আছিল শ্ৰীলংকাৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশবোৰ অনুসন্ধান কৰা।
-
মাৰ্টিন ৱিক্ৰমাসিংহে
মাৰ্টিন ৱিক্ৰমাসিংহে ( Martin Wickramasinghe)আছিল শ্ৰীলংকাৰ এজন লেখক তথা সাংবাদিক। তেওঁৰ সম্পূৰ্ণ নাম আছিল লামা হেৱেজ ডন মাৰ্টিন ৱিক্ৰমাসিংহে। তেওঁৰ কিতাপসমূহ বিভিন্ন ভাষালৈ অনুবাদ হৈছে।মাৰ্টিন ৱিক্ৰমাসিংহেক প্ৰায়ে আধুনিক সিংহল সাহিত্যৰ জনক হিচাপে বিবেচিত কৰা হয়।ৱিক্ৰমাসিংহে মুঠ ৮৫খন কিতাপ…
-
শ্যাম চেলভাডুৰাই
শ্যাম চেলভাডুৰাই (Shyam Selvadurai; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৬৫) কানাডাস্থিত এগৰাকী শ্ৰীলংকান লেখক। তেওঁক ঘাইকৈ তেওঁৰ ১৯৯৪ চনৰ উপন্যাস ‘ফানি বয়’ৰ বাবে জনা যায়। এই উপন্যাসখনে বুকচ্ ইন কানাডা প্ৰথম উপন্যাস বঁটা লাভ কৰিছিল।