ভাৰতৰ ৰাজ্য
৩৫ প্ৰবন্ধ
-
কেন্দ্ৰীয় শাসিত অঞ্চল
কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'।
-
আন্তঃৰাষ্ট্ৰীয় মান সংস্থা ৩১৬৬-২:আই এন
< টোকা
-
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা
ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
-
সাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা
ভাৰতৰ বিভিন্ন প্ৰান্তত সাক্ষৰতাৰ হাৰ অসমান। তলৰ তালিকাখনত ২০১১ আৰু ২০০১ চনৰ জনগণনা অনুযায়ী সাক্ষৰতাৰ হাৰ, সকলো মিলাই, পুৰুষ আৰু মহিলাৰ বাবে দেখুৱা হৈছে। তদুপৰি দশকত পৰিলক্ষিত সাল-সলনি উল্লেখ কৰা হৈছে। ২০১১ৰ জনগণনা অনুযায়ী কেৰালা এই তালিকাৰ শীৰ্ষত- সমগ্ৰ জনসংখ্যা আৰু মহিলাৰ মাজত।
-
ৰাজস্থানৰ সংস্কৃতি
ৰাজস্থানৰ সংস্কৃতি ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৰাজস্থান ইয়াৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, জীৱন্ত পৰম্পৰা আৰু ঐতিহাসিক গুৰুত্বৰ বাবে জনাজাত। বিগত সহস্ৰাব্দত বিকশিত হোৱা ৰাজস্থানৰ সংস্কৃতি হৈছে সংগীত, নৃত্য, ৰন্ধনপ্ৰণালী, উৎসৱ, কলা আৰু স্থাপত্যকে ধৰি বিভিন্ন সাংস্কৃতিক উপাদানেৰে ভৰপূৰ।