ভাৰতৰ মহিলা ন্যায়াধীশ
৩৯ প্ৰবন্ধ
-
সুখদা প্ৰীতম
সুখদা প্ৰীতম (Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে।
-
সুনীতা আগৰৱালা
সুনীতা আগৰৱালা (Sunita Agarwal, জন্ম: ৩০ এপ্ৰিল ১৯৬৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ বৰ্তমান গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল।
-
স্বপ্না সঞ্জীৱ যোশী
স্বপ্না সঞ্জীৱ যোশী (জন্ম ২৬ আগষ্ট ১৯৫৯) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।নাগপুৰত কন্যাৰ বিয়াত অংশগ্ৰহণ কৰি সহযোগী ন্যায়াধীশ ব্ৰিজগোপাল হৰকিষণ ল'য়াৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱাৰ পিছত যোশীয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।
-
হৰ্শা এন দেৱানী
হৰ্ষা এন দেৱনী (Harsha N. Devani,জন্ম ২৭ মাৰ্চ ১৯৫৮) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰক।
-
ৰেখা দীক্ষিত
ৰেখা দীক্ষিত (Rekha Dikshit; জন্ম: ১০ আগষ্ট ১৯৫৯) ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ মহম্মদ আহমেদ খান বনাম শ্বাহ বানো বেগম (ভাৰতত মুছলমান মহিলাক ভৰণ-পোষণৰ ধন প্ৰদান সম্পৰ্কীয় বিতৰ্কিত গোচৰ)ৰ লগতে তাজ কৰিডৰ গোচৰ আৰু 'উত্তৰ প্ৰদেশ ৰাষ্ট্ৰীয় গ্ৰামীণ…
-
ৰেখা পল্লী
ৰেখা পল্লী ( Rekha Palli; জন্ম: ৯ মাৰ্চ ১৯৬৩) ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। আম আদমী পাৰ্টিৰ বিধায়কসকলৰ অযোগ্যতা, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত নামভৰ্তিৰ অৰ্হতা, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাজিব আহমেদৰ নিৰুদ্দেশ আদি কেইবাটাও ৰাজনৈতিকভাৱে উল্লেখযোগ্য গোচৰত ন্যায়াধীশ…
-
ৰেৱতী মোহিতে দেৰে
ৰেৱতী মোহিতে দেৰে (Revati Mohite Dere) ভাৰতৰ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। ভাৰতত অপৰাধমূলক পদ্ধতি আৰু আৰক্ষীৰ তদন্তৰ সম্পৰ্কত তেওঁ কেইবাটাও উল্লেখযোগ্য ৰায় লিখিছে, য’ত আছে অপৰাধমূলক বিচাৰৰ ৰিপ’ৰ্ট দিয়াৰ সংবাদ মাধ্যমৰ স্বাধীনতা, অপৰাধৰ পুনৰাবৃত্তিৰ বাবে মৃত্যুদণ্ডৰ শাস্তি, ভুৱা আৰু অনুচিত…
-
ৰেৱা ক্ষেত্ৰপাল
ৰেৱা ক্ষেত্ৰপাল (Reva Khetrapal; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৫২) ভাৰতৰ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ বৰ্তমানৰ লোকায়ুক্ত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।
-
ৰোশন দালভী
ৰোশন দালভী (Roshan Dalvi) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। শিৱসেনাৰ নেতা বাল থাকৰেৰ সন্তানসকলৰ উত্তৰাধিকাৰ সম্পৰ্কে হোৱা বিবাদ, আৰু বাৰত নৃত্যশিল্পীসকলক নিজৰ বৃত্তি আগবঢ়াই নিবলৈ নিষেধ কৰা মহাৰাষ্ট্ৰৰ আইন এখনক প্ৰত্যাহ্বান জনোৱা আদিকে ধৰি ন্যায়াধীশ হিচাপে তেওঁ…