বিজ্ঞান
৫৪ প্ৰবন্ধ
-
পাৰমাণবিক শক্তি
পাৰমাণবিক শক্তি বা নিউক্লিয়াৰ শক্তি হৈছে নিউক্লিয়াৰ প্ৰতিক্ৰিয়া ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰাৰ পদ্ধতি। নিউক্লিয়াৰ শক্তি নিউক্লিয়াৰ ফিছন, নিউক্লিয়াৰ ক্ষয় আৰু নিউক্লিয়াৰ ফিউজনৰ পৰা লাভ কৰিব পৰা যায়।
-
প্ৰবল আন্তঃক্ৰিয়া
প্ৰবল আন্তঃক্ৰিয়া বা বলিষ্ঠ নিউক্লিয়াৰ বল হ'ল 'নিউক্লীয় পদাৰ্থবিজ্ঞান' আৰু 'কণিকা পদাৰ্থ বিজ্ঞান'ত থকা চাৰিটা পৰিচিত মূল আন্তঃক্ৰিয়াৰ এটা। এইটোৱে কোৱাৰ্কক প্ৰ'টন, নিউট্ৰন আৰু আন হেড্ৰন কণিকাত সংগঠিত কৰে আৰু নিউট্ৰন আৰু প্ৰ'টনক সংযোজিত কৰি পৰমাণু কেন্দ্ৰসমূহ গঠন কৰে, য'ত ইয়াক 'নিউক্লিয়াৰ বল'…
-
বিস্ফোৰক সামগ্ৰী
বিস্ফোৰক (বা বিস্ফোৰক পদাৰ্থ) হৈছে এটা প্ৰতিক্ৰিয়াশীল দ্ৰব্য যাৰ ভিতৰত বিপুল পৰিমাণৰ সাম্ভাৱ্য শক্তি সঞ্চিত থাকে যি হঠাৎ মুক্ত হ’লে বিস্ফোৰণ ঘটি পাৰে, আৰু সাধাৰণতে পোহৰ, তাপ, শব্দ, আৰু চাপৰ উৎপত্তিৰে সৈতে সংঘটিত হয়।
-
সংবেদনশীল তাপ
সংবেদনশীল তাপ হৈছে কোনো বস্তু বা তাপগতিবিদ্যা ব্যৱস্থাৰ দ্বাৰা বিনিময় হোৱা তাপ, য'ত তাপৰ বিনিময়ৰ ফলত শৰীৰ বা ব্যৱস্থাৰ উষ্ণতা আৰু কিছুমান বৃহৎ দৃষ্টিকোণৰ চলক সলনি হয়, কিন্তু আন কিছুমান বৃহৎ দৃষ্টিকোণৰ চলক যেনে আয়তন বা চাপ অপৰিৱৰ্তিত থাকে।
-
স্থানাংক প্ৰণালী
স্থানাংক প্ৰণালী হৈছে জ্যামিতিত এনে এটা ব্যৱস্থা যিয়ে ইউক্লিডীয় স্থানৰ দৰে বহুবিধত বিন্দু বা অন্যান্য জ্যামিতিক উপাদানসমূহৰ অৱস্থান অনন্যভাৱে নিৰ্ধাৰণ আৰু প্ৰামাণিককৰণ কৰিবলৈ এটা বা ততোধিক সংখ্যা বা স্থানাংক ব্যৱহাৰ কৰে।
-
হিপ্পোলাইট পিক্সি
হিপ্পোলাইট পিক্সি (en-Hippolyte Pixii) (১৮০৮-১৮৩৫) আছিল পেৰিছ, ফ্ৰান্সৰ এগৰাকী সঁজুলি-নিৰ্মাতা আৰু অভিযন্তা৷ ১৮৩২ চনত তেওঁ পৰিৱৰ্তী প্ৰৱাহচালিত প্ৰথমটো বৈদ্যুতিক জেনেৰেটৰৰ আৰ্হি সাজি উলিয়ায়৷ ইয়াৰ বাবে তেওঁ মাইকেল ফাৰাডেৰ বিদ্যুৎ-চুম্বকীয় আৱেশৰ তত্ত্ব ব্যৱহাৰ কৰিছিল৷ পিক্সিৰ সঁজুলিটো আছিল এটা…
-
ৰোধক
ৰোধক বা ৰেজিষ্টৰ (Resistor) হৈছে এটা নিষ্ক্ৰিয়, দুটা টাৰ্মিনেলযুক্ত ইলেক্ট্ৰনিক উপাদান, যিয়ে বৈদ্যুতিক ৰেজিষ্টেন্স (প্ৰতিৰোধ) প্ৰদান কৰে। ইলেক্ট্ৰনিক বৰ্তনত, ৰেজিষ্টৰ ব্যৱহাৰ কৰা হয় বিদ্যুৎ প্ৰবাহ হ্ৰাস কৰিবলৈ, সংকেতৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ, ভল্টেজ বিভাজন কৰিবলৈ, সক্ৰিয় উপাদানসমূহক বায়াছ…
-
অৱকলনীয় সমীকৰণ
অৱকলনীয় সমীকৰণ'(অৱভেদ্য সমীকৰণ) হৈছে গণিতৰ এনে এটা সমীকৰণ যিয়ে এটা বা ততোধিক অজ্ঞাত ফলন আৰু ইয়াৰ ব্যুৎপত্তিসমূহৰ সম্পৰ্ক ৰাখে। প্ৰয়োগত ফলনসমূহে সাধাৰণতে ভৌতিক পৰিমাণক প্ৰতিনিধিত্ব কৰে, ব্যুৎপত্তিসমূহে ইয়াৰ পৰিৱৰ্তনৰ হাৰক প্ৰতিনিধিত্ব কৰে আৰু অৱভেদ্য সমীকৰণে দুয়োটাৰ মাজৰ সম্পৰ্ক সংজ্ঞায়িত কৰে।
-
ইউৰোপিয়ান প্লেটফৰ্ম অৱ উইমেন চাইন্টিষ্টছ
ইউৰোপিয়ান প্লেটফৰ্ম অৱ উইমেন চাইণ্টিষ্টছ (ইংৰাজী: European Platform of Women Scientists; চমুকৈ EPWS) হৈছে এক ছত্ৰছায়া সংগঠন যিয়ে ইউৰোপৰ ২৭খন দেশ আৰু ইউৰোপীয় ইউনিয়নৰ গৱেষণা তথা প্ৰযুক্তিগত উন্নয়নৰ ফ্ৰেমৱৰ্ক প্ৰগ্ৰেমৰ সৈতে জড়িত দেশসমূহৰ সকলো শাখাৰ গৱেষণাত লিংগ সমতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ…
-
এল নিনয়'–দক্ষিণ দোলন
এল নিনো–দক্ষিণ দোলন (ENSO) হৈছে গ্ৰীষ্মমণ্ডলীয় প্ৰশান্ত মহাসাগৰৰ ওপৰত বতাহ আৰু সাগৰৰ পৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ পৰা উদ্ভৱ হোৱা এক বিশ্বব্যাপী জলবায়ুৰ পৰিঘটনা। এই ভিন্নতাসমূহৰ এটা অনিয়মিত আৰ্হি থাকে যদিও চক্ৰাকাৰ ৰূপৰ কিছু আভাস পোৱা যায়। ENSO-ৰ সময় আৰু তীব্ৰতা পূৰ্বানুমানযোগ্য নহয়।
-
ক্ৰান্তীয় ঘূৰ্ণীবতাহ
ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ হৈছে কম চাপৰ অঞ্চল, বন্ধ নিম্নস্তৰৰ বায়ুমণ্ডলীয় পৰিসঞ্চালন, প্ৰচণ্ড বতাহ, প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰা এক সৰ্পিল ধুমুহা ব্যৱস্থা।
-
গেষ্ট্ৰ’এণ্টেৰাইটিছ
গেষ্ট্ৰ'এণ্টেৰাইটিছ, (সংক্ৰামক ডায়েৰিয়া বুলিও কোৱা হয়) হ'ল পেট আৰু অন্ত্ৰকে ধৰি গেষ্ট্ৰাইটিছ নলীৰ প্ৰদাহ। লক্ষণসমূহৰ ভিতৰত ডায়েৰিয়া, বমি আৰু পেটৰ বিষ আদি হ'ব পাৰে। জ্বৰ, শক্তিৰ অভাৱ আৰু পানীলগা আদিও হ'ব পাৰে। এইটো সাধাৰণতে দুসপ্তাহতকৈ কম সময়ৰ বাবে হয়।
-
ছাবেৰিক এচিড
ছাবেৰিক এচিড, অক্টেনডাইঅ’ইক এচিডো কোৱা হয়, এটা ডাইকাৰ্বক্সিলিক এচিড, যাৰ সূত্ৰ C8H14O4। ই ঔষধ সংশ্লেষণ আৰু প্লাষ্টিক নিৰ্মাণত ব্যৱহাৰ কৰা ৰংহীন স্ফটিকীয় কঠিন পদাৰ্থ। ইয়াৰ নামটো লেটিন শব্দ suber ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ কৰ্ক।
-
ছাবেৰিনিক এচিড
বেটুলা গছৰ বাকলিত প্ৰাকৃতিকভাৱে দেখা পোৱা একপ্ৰকাৰৰ কাৰ্বক্সিলিক এচিড হৈছে ছাবেৰিনিক এচিড। ৰাসায়নিকভাৱে ইহঁতৰ প্ৰধানকৈ α- আৰু ω- দ্বিকাৰ্যকৰী সংপৃক্ত আৰু অসংপৃক্ত ফেটি এচিডৰ শেষৰ সৈতে দীঘলীয়া (C18) শৃংখল থাকে। ইহঁতৰ নামটো গছৰ বাকলিৰ এটা প্ৰধান ৰাসায়নিক বায়’পলিমাৰ ছাবেৰিনৰপৰাই উদ্ভৱ হৈছে।
-
ট্ৰানজিষ্টৰ
ট্ৰানজিষ্টৰ হ'ল এবিধ অৰ্ধপৰিবাহী আহিলা। ইয়াক বৈদ্যুতিক সংকেত আৰু ক্ষমতা, এম্প্লিফাই কৰা আৰু সালসলনি কৰাত ব্যৱহাৰ কৰা হয়। অতিকমেও তিনিটা প্ৰান্তিক্(terminal) থকা এই আহিলাৰ মুখ্য উপাদান হ'ল অৰ্ধপৰিবাহী পদাৰ্থ।
-
নিউক্লীয় বিভাজন
নিউক্লীয় বিভাজন বা নিউক্লিয়াৰ ফিছন (nuclear fission) হৈছে এক ধৰণৰ নিউক্লিয়াৰ প্ৰতিক্ৰিয়া, য’ত এটা পৰমাণুৰ নিউক্লিয়াছ দুটা বা ততোধিক সৰু নিউক্লিয়াছত বিভক্ত হয়। এই প্ৰক্ৰিয়াত প্ৰায়ে গামা ফ'টন উৎপন্ন হয় আৰু ৰেডিঅ’এক্টিভ ক্ষয়ৰ তুলনাত বহুত বেছি শক্তি মুক্ত কৰে।
-
পাৰমাণবিক অস্ত্ৰ
পাৰমাণবিক অস্ত্ৰ বা নিউক্লিয়াৰ অস্ত্ৰ এটা বিস্ফোৰক উপকৰণ যিয়ে নিউক্লিয়াৰ প্ৰতিক্ৰিয়া — বিভাজন (ফিছন বা এটমিক বম্ব), অথবা বিভাজন আৰু সংযুক্তিকৰণৰ (তাপ নিউক্লিয়াৰ অস্ত্ৰ) সংমিশ্ৰণৰ জৰিয়তে উৎপন্ন নিউক্লিয়াৰ বিস্ফোৰণৰ পৰা ইয়াৰ বিধ্বংসী শক্তি আহৰণ কৰে।
-
বিজ্ঞানৰ ক্ষেত্ৰত নাৰী
বিজ্ঞানৰ ক্ষেত্ৰত নাৰীৰ উপস্থিতি বিজ্ঞানৰ ইতিহাসত আদিম কালৰেপৰা পোৱা যায়, য’ত তেওঁলোকে উল্লেখনীয় অৱদান আগবঢ়াইছে। লিংগ আৰু বিজ্ঞানৰ বিষয়ত আগ্ৰহী ইতিহাসবিদসকলে নাৰীৰ বৈজ্ঞানিক প্ৰচেষ্টা আৰু কৃতিত্ব, তেওঁলোকে সন্মুখীন হোৱা বাধা আৰু প্ৰধান বৈজ্ঞানিক পত্ৰিকা তথা অন্যান্য প্ৰকাশনত নিজৰ কামসমূহ প…
-
বিয়ছ পদ্ধতি
বিয়ছ পদ্ধতি বা Brain's electrical oscillation signature (BEOS) হৈছে কোনো অপৰাধৰ লগত জড়িত বুলি সন্দেহ কৰা ব্যক্তিৰ মনৰ খবৰ উদ্ধাৰ কৰা এক পদ্ধতি। ব্যক্তি এজনৰ মগজুৰ পৰা বিকিৰিত হোৱা EEG তৰংগৰ দ্বাৰা মগজুৰ সক্ৰিয়তা লিপিবদ্ধ কৰি ব্যক্তিজন অপৰাধৰ লগত জড়িত হৈ আছেনে নাই তাৰ বিশ্লেষণ এই পদ্ধতিৰ দ্বাৰা…
-
বিশ্লেষণাত্মক ৰসায়ন
বিশ্লেষণাত্মক ৰসায়ন, যিয়ে পদাৰ্থক পৃথক, চিনাক্তকৰণ আৰু পৰিমাণ নিৰ্ণয় কৰিবলৈ যন্ত্ৰ আৰু পদ্ধতি অধ্যয়ন কৰে আৰু ব্যৱহাৰ কৰে। কাৰ্যক্ষেত্ৰত পৃথক্কৰণ, চিনাক্তকৰণ বা পৰিমাণীকৰণে সমগ্ৰ বিশ্লেষণটো গঠন কৰিব পাৰে বা আন পদ্ধতিৰ সৈতে সংযুক্ত কৰিব পাৰে। পৃথক্কৰণে বিশ্লেষক পৃথক কৰে।
-
বেঁতাৰ শক্তি স্থানান্তৰ
বেতাঁৰ শক্তি স্থানান্তৰ (Wireless Power Transfer; বেতাঁৰ শক্তি সংবহন বা WET) হৈছে তাঁৰ অবিহনে বৈদ্যুতিক শক্তিৰ ভৌতিক সংযোগ হিচাপে প্ৰতিষ্ঠিত হোৱা এক সংবহন ব্যৱস্থা।
-
মিমেটাইট
মিমেটাইট হৈছে সীহৰ আৰ্চেনেট ক্লৰাইড খনিজ (Pb₅(AsO₄)₃Cl), যি সাধাৰণতে গেলেনা আৰু আৰ্চেন'পাইৰাইটৰ অক্সিডেচনৰ ফলত সীহৰ জমাত গৌণ খনিজ হিচাপে গঠন হয়। এই নামটো গ্ৰীক Μιμητής (mimetes) ৰ পৰা আহিছে, যাৰ অৰ্থ "অনুকৰণকাৰী" আৰু ই মিমেটাইটৰ খনিজ পাইৰ'মৰ্ফাইটৰ সৈতে সাদৃশ্যক বুজায়।
-
৫এছ্ (পদ্ধতি)
5S নামটো কৰ্মস্থলী সংগঠনৰ বিশেষ পদ্ধতিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই আচলতে জাপানী ভাষাৰ পাঁচটা শব্দৰ পৰা আহিছে,”ছেইৰি” (seiri), ছেইটন (seiton),”ছেইছ'”(seiso), ছেইকেট্ছু (seiketsu) আৰু ছিট্ছুকে (shitsuke)। তদুপৰি এই শব্দকেইটাৰ ইংৰাজী ভাৱানুবাদও “S”ৰে আৰম্ভ হোৱা পাচটা শব্দৰে হৈছে।
-
ৰূপান্তৰক
বৈদ্যুতিক অভিযান্ত্ৰণত, এটা ৰূপান্তৰক (Transformer) হৈছে এটা পেছিভ উপাদান, যিয়ে এখন বৈদ্যুতিক পৰিবেশনৰ পৰা আন এখন বা বহুতো জাললৈ বৈদ্যুতিক শক্তি স্থানান্তৰ কৰে।