প্ৰকৃতিবিদ
৯ প্ৰবন্ধ
-
চাৰ্লছ ডাৰউইন
চাৰ্ল্ছ ৰবাৰ্ট ডাৰৱিন (Charles Darwin; ১২ ফেব্ৰুয়াৰী ১৮০৯ – ১৯ এপ্ৰিল ১৮৮২) আছিল এগৰাকী ইংৰাজ প্ৰকৃতিবিদ আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা আঁতৰাবলৈ সক্ষম হৈছিল।
-
জিম কৰবেট
এডৱাৰ্ড জেমছ কৰবেট চি আই ই ভি ডি ( Edward James Corbett CIE VD); ২৫ জুলাই ১৮৭৫ – ১৯ এপ্ৰিল ১৯৫৫) এজন এংলো-ইণ্ডিয়ান চিকাৰী আৰু লেখক। উত্তৰ ভাৰতত বহুতো মানুহ খোৱা বাঘ আৰু নাহৰফুটুকী চিকাৰ কৰি হত্যা কৰি তেওঁ খ্যাতি অৰ্জন কৰিছিল।
-
আনোৱাৰুদ্দিন চৌধুৰী
আনোৱাৰুদ্দিন চৌধুৰী এগৰাকী ভাৰতীয় প্ৰকৃতিবিদ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণী বিশেষজ্ঞ। তেওঁ এগৰাকী পক্ষীবিদ, স্তন্যপায়ীবিদ, অসামৰিক সেৱা বিষয়া, ফটোগ্ৰাফাৰ আৰু লেখক। তেওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী সমূহৰ অধ্যয়ন কৰাৰ বাবে বিখ্যাত।
-
লিচিপ্ৰিয়া কাংগুজাম
লিচিপ্ৰিয়া কাংগুজাম (Licypriya Kangujam, জন্ম: ২ অক্টোবৰ ২০১১) ভাৰতৰ এগৰাকী শিশু পৰিৱেশ কৰ্মী। তেওঁ বিশ্বব্যাপী সৰ্বকনিষ্ঠ জলবায়ু কৰ্মীসকলৰ ভিতৰত অন্যতম আৰু স্পেইনৰ মাদ্ৰিডত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন ২০১৯ (চিওপি২৫)ত বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁলোকক তাৎক্ষণিক জলবায়ু ব্যৱস্থা গ্ৰহণ কৰিবলৈ…
-
ছানি লেন
ছানি লেন এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু নগ্ন মডেল। তেওঁ নাইটমুভছ, এভিএন, আৰু এক্সআৰচিঅ' হল অৱ ফেমৰ সদস্য।
-
ডেভিদ এটেনবৰো
ছাৰ ডেভিড ফ্ৰেডৰিক এটেনবৰো (জন্ম ৮ মে ১৯২৬) এজন ব্ৰিটিছ প্ৰকৃতিবিদ আৰু দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰিত জনপ্ৰিয় ব্যক্তি।তেওঁ এজন ব্ৰিটিছ সম্প্ৰচাৰক, জীৱবিজ্ঞানী, প্ৰাকৃতিক ইতিহাসবিদ আৰু লেখক। তেওঁ বিবিচি ষ্টুডিঅ' নেচাৰেল হিষ্ট্ৰী ইউনিটৰ সৈতে একেলগে লিখা আৰু উপস্থাপন কৰাৰ বাবে সৰ্বাধিক জনাজাত।
-
নৱাংগ ভুটিয়া
নৱাংগ ভুটিয়া (Nawang Gyasto Bhutia) ছিক্কিমৰ এগৰাকী প্ৰকৃতিবিদ। তেওঁক ছিক্কিমৰ পখিলা মানৱ (Butterfly Man of Sikkim) নামেৰে জনা যায়। প্ৰকৃতি আৰু পখিলা সংৰক্ষণৰ বাবে জনাজাত ভুটিয়াৰ নাম আটাইতকৈ বেছি পখিলা হাতত তোলাৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে।
-
পিপল বাবা
পিপল বাবা বা স্বামী প্ৰেম পৰিৱৰ্তন (Peepal Baba) এজন পৰিৱেশবিদ যি নিজৰ দলৰ সৈতে ভাৰতৰ ১৮খন ৰাজ্যৰ ২০২খন জিলাত ২ কোটিৰো অধিক গছ ৰোপণ কৰিছে। ১৯৬৬ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ চণ্ডীগড়ত ভাৰতীয় সেনাৰ চিকিৎসকৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল।
-
বাল্মিক থাপাৰ
বাল্মিক থাপাৰ (Valmik Thapar; ১৯৫২ – ৩১ মে' ২০২৫) এজন ভাৰতীয় প্ৰকৃতিবিদ, সংৰক্ষণবিদ আৰু লেখক। তেওঁ ১৪খন কিতাপ আৰু কেইবাটাও প্ৰবন্ধৰ লেখক আৰু টেলিভিছনৰ বাবে বিভিন্ন অনুষ্ঠানৰ প্ৰযোজক আছিল।