দলিত মহিলা
৯ প্ৰবন্ধ
-
এছ অনিতাৰ আত্মহত্যা
শন্মুগম অনিতা (৫ মাৰ্চ ২০০০ – ১ ছেপ্টেম্বৰ ২০১৭) ভাৰতৰ তামিলনাডুৰ এগৰাকী ছাত্ৰী আছিল। তামিলনাডু ৰাজ্যিক ব’ৰ্ডৰ দ্বাদশ মান পৰীক্ষাত ১১৭৬/১২০০ নম্বৰ লাভ কৰে। ৰাজ্য শিক্ষা বোৰ্ডৰ নম্বৰ বিবেচিত হোৱাহেঁতেন তেওঁৰ চিকিৎসাৰ আসন নিশ্চিত হ’লহেঁতেন।
-
কৃষ্ণমল জগন্নাথন
কৃষ্ণমল জগন্নাথন (জন্ম: ১৬ জুন ১৯২৬) তামিলনাডু ৰাজ্যৰ এজন ভাৰতীয় সমাজ কৰ্মী। তেওঁ আৰু তেওঁৰ স্বামী শংকৰলিংগম জগন্নাথনে (১৯১২ – ১২ ফেব্ৰুৱাৰী ২০১৩) সামাজিক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁলোক গান্ধীবাদী কৰ্মী।
-
অংগীৰা পাছিৰ মৃত্যু
২০২০ চনৰ ২৩ মে’ত নেপালৰ দেৱদাহাত গছত ওলমি থকা ১৩বছৰীয়া কিশোৰী অংগীৰা পাছিৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ আগদিনা ২৫বছৰীয়া বীৰেন্দ্ৰ ভৰে তাইক ধৰ্ষণ কৰাৰ খবৰ পোৱা গৈছে, তাৰ পিছত স্থানীয় বাসিন্দা আৰু ৱাৰ্ড সদস্য অমৰ বাহাদুৰ চৌধুৰীয়ে আলোচনা কৰি পাছিৰ বিয়া ভৰৰ সৈতে হ’ব বুলি সিদ্ধান্ত লয়।
-
ঋতু সিং
ঋতু সিং (জন্ম ১৯৮৯ চনৰ আশে-পাশে) এগৰাকী ভাৰতীয় দলিত অধিকাৰ মহিলা কৰ্মী। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলত ৰাম মহাবিদ্যালয়ৰ সৈতে জড়িত আছিল। তেওঁ আছিল মনোবিজ্ঞানৰ পণ্ডিত আৰু অন্যায়ভাৱে তেওঁক চাকৰিৰপৰা বৰ্খাস্ত কৰাৰ কৰা প্ৰতিবাদৰ বাবে উল্লেখযোগ্য।
-
ডেল্টা মেঘৱাল ধৰ্ষণ কাণ্ড
২০১৬ চনৰ ২৯ মাৰ্চত ভাৰতৰ ৰাজস্থান ৰাজ্যৰ বিকানেৰ জিলাৰ নোখাৰ কলেজত মৃত অৱস্থাত উদ্ধাৰ হয় ডেল্টা মেঘৱাল নামৰ ১৭ বছৰীয়া দলিত কিশোৰীক। জৈন আদৰ্শ শিক্ষক প্ৰশিক্ষণ ইনষ্টিটিউট ফৰ গাৰ্লছৰ পানীৰ টেংকিত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ, ্ তেওঁ তাৰে ছাত্ৰী আছিল।
-
মণি ৰাণী দাস
মণি ৰাণী দাস এগৰাকী বাংলাদেশী দলিত অধিকাৰ কৰ্মী। দলিত মহিলাৰ অধিকাৰৰ পোষকতা আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কাৰ্যনিৰ্বাহ কৰা তেওঁক প্ৰথমজন দলিত মহিলা হিচাপে নিযুক্তি পোৱা মহিলা হিচাপে জনা যায়।
-
মাজ্য জলমাচি চিত্তৰকথা
মাজ্য জলমাচি চিত্তৰকথা (অনুবাদ: মোৰ জীৱনৰ কেলিডস্কোপ কাহিনী) ১৯৮৩ চনত প্ৰকাশিত শান্তবাই কাম্বলেৰ আত্মজীৱনী। এইখনক দলিত মহিলা লেখিকাৰ প্ৰথম আত্মজীৱনীমূলক আখ্যান বুলি গণ্য কৰা হয়। বিভিন্ন ভাষালৈ অনুবাদ কৰা এই গ্ৰন্থখন মুম্বাই বিশ্ববিদ্যালয়ৰ মাৰাঠী সাহিত্যিক ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় পঠন।
-
সংঘপালী অৰুণা
সংঘপালী অৰুণা, সংঘপালী অৰুণা লোহিতাক্ষী নামেৰেও পৰিচিত ভাৰতৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী, দলিত মহিলাৰ অধিকাৰৰ ওপৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত। প্ৰজেক্ট মুক্তিৰ কাৰ্যবাহী সঞ্চালিকা।
-
সুনীতা কাম্বলে
সুনীতা কাম্বলে এগৰাকী পশু চিকিৎসক আৰু দলিত মহিলা। তেওঁ ২০১৭ চনত উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটাৰদ্বাৰা স্বীকৃতিপ্ৰাপ্ত এগৰাকী ভাৰতীয় ছাগলীৰ পশু চিকিৎসক। সুনীতা কাম্বলেৰ ঘৰ মহাৰাষ্ট্ৰৰ ম্হাছৱাদত। এই সমগ্ৰ অঞ্চলটো খৰাং পৰিস্থিতিত পৰি ক্ষতিগ্ৰস্ত হোৱা।