টেনিছ খেলুৱৈ
৮ প্ৰবন্ধ
-
ৰ'জাৰ ফেডেৰাৰ
ৰ'জাৰ ফেডেৰাৰ (Roger Federer) হৈছে ছুইজাৰলেণ্ডৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান হৈছে পঞ্চদশ।
-
ৰাফেল নাডাল
ৰাফেল "ৰাফা" নাডাল পাৰেৰা (; জন্ম: ৩ জুন ১৯৮৬) হৈছে এগৰাকী স্পেনিছ বৃত্তিগত টেনিছ খেলুৱৈ। এচ'ছিয়েচন এফ টেনিছ প্ৰফেশ্ব্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি বিশ্বত তেওঁৰ স্থান তৃতীয়। তেওঁ ২০৯ সপ্তাহৰ বাবে প্ৰথম স্থানত অধিষ্ঠিত আছিল আৰু পাঁচবাৰকৈ বৰ্ষান্তৰ শীৰ্ষস্থান লাভ কৰিছিল।
-
নোভাক জʼকোভিচ
নোভাক জʼকোভিচ (Novak Djokovic)(জন্ম ২২ মে ১৯৮৭) ছাৰ্বিয়া দেশৰ এজন পেছাদাৰী টেনিছ খেলুৱৈ। জকোভিচে সামগ্ৰিকভাৱে ২০ টা গ্ৰেণ্ড স্লেম পুৰুষৰ একক খিতাপ আৰু ৮৪ টা এটিপি একক খিতাপ জিকিছে, যাৰ ভিতৰত আছে অভিলেখ নটা অষ্ট্ৰেলিয়ান অপেন খিতাপ আৰু যুটীয়া অভিলেখ ৩৬ টা মাষ্টাৰ্ছ ইভেণ্ট (ৰাফেল নাডালৰ সৈতে)।
-
মাৰিয়া ছাৰাপোভা
মাৰিয়া ছাৰাপোভা (ইংৰাজী:Maria Yuryevna Sharapova) এগৰাকী ৰাছিয়ান টেনিচ খেলুৱৈ। তেও বৰ্তমান উইমেন'চ টেনিচ এচোচিয়েচন (WTA)ৰ দ্বিতীয় স্থানত আছে।
-
কেই নিশিকোৰি
কেই নিশিকোৰি (Kei Nishikori) এজন জাপানী পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁৰ জন্ম ২৯ ডিচেম্বৰ ১৯৮৯ চনত। তেওঁ দ্বিতীয় পুৰুষ জাপানী খেলুৱৈ যি একক (জিৰো চাটোৰ পিছত) শীৰ্ষ ৫ তম স্থান লাভ কৰিছে, আৰু অপেন যুগত এনে কৰা তেওঁ একমাত্ৰ খেলুৱৈ।
-
নাওমি অ'ছাকা
নাওমি অ'ছাকা (Naomi Osaka), জন্ম ১৬ অক্টোবৰ, ১৯৯৭) হৈছে এগৰাকী জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷ মহিলা টেনিছ সন্থাৰ দ্বাৰা তালিকাভুক্ত তেখেত হৈছে ডব্লিউ টি এ শীৰ্ষ স্থানত থকা খেলুৱৈ৷ শীৰ্ষস্থান লাভ কৰা জাপানী পুৰুষ আৰু মহিলা খেলুৱৈৰ ভিতৰত অ'ছাকাই প্ৰথম৷ নাওমিয়ে গ্ৰেণ্ড শ্লেমৰ একক খিতাপ চাৰিবাৰ জয়…
-
তাৰা দেওধৰ
তাৰা দেওধৰ(Tara Deodhar জন্ম ১৯২৪) এগৰাকী ভাৰতীয় মহিলা বেডমিণ্টন আৰু টেনিছ খেলুৱৈ। তেওঁ ভাৰতৰ ক্ৰিকেট কিংবদন্তী ডি.বি দেওধৰৰ কন্যা।
-
বেঞ্জামিন ইব্ৰাহিমজাদেহ
বেঞ্জামিন "বেনী" ইব্ৰাহিমজাদেহ (ফাৰ্চী: بنیامین ابراهیمزاده; জন্ম ৩ জানুৱাৰী ১৯৮০) হৈছে এজন প্ৰাক্তন ইৰানী-জাৰ্মান পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁ ২০০৮ চনত ইৰান ডেভিছ কাপ দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল আৰু একে বছৰতে তেওঁৰ প্ৰশিক্ষক জীৱন আৰম্ভ কৰিছিল।