চিত্ৰনাট্য লেখক
৬৭ প্ৰবন্ধ
-
শ্বাহৰাম আলিদী
শ্বাহৰাম আলিদী (ফাৰ্চী: شهرام علیدی; জন্ম ১১ ডিচেম্বৰ, ১৯৭১, সানান্দাজ, কুৰ্ডিষ্টান, ইৰান) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। ইয়াৰ উপৰি তেওঁ এজন চিত্ৰশিল্পী, ইলাষ্ট্ৰেটৰ আৰু গ্ৰাফিক ডিজাইনাৰ।
-
হান্না আজৌলে হাছফাৰী
হান্না আজৌলে-হাছফাৰী (Hanna Azoulay-Hasfari; জন্ম: ২৯ জুন, ১৯৬০) এগৰাকী ইজৰাইলী অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু দুবাৰকৈ অফিৰ বঁটা বিজয়ী।
-
হামিদ ৰেজা আজাৰাং
হামিদ ৰেজা আজাৰাং (ফাৰ্চী:حمیدرضا آذرنگ; জন্ম: ২৩ মে' ১৯৭২) এগৰাকী ইৰানী অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
ৰামিন বাহৰানী
ৰামিন বাহৰানী (ফাৰ্চী: رامین بحرانی; জন্ম: ২০ জানুৱাৰী, ১৯৭৫) এজন আমেৰিকান পৰিচালক আৰু চিত্ৰনাট্যকাৰ। চলচ্চিত্ৰ সমালোচক ৰজাৰ ইবাৰ্টে বাহৰানীৰ চপ শ্বপ (২০০৭) ছবিখনক ২০০০ দশকৰ ষষ্ঠ শ্ৰেষ্ঠ ছবি হিচাপে স্থান দিছিল আৰু তেওঁক দশকটোৰ নতুন পৰিচালক বুলি অভিহিত কৰিছিল।
-
ৰাহুল সদাশিৱন
ৰাহুল সদাশিৱন (Rahul Sadasivan) এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ যি মালয়ালম ভাষাৰ চিনেমাত কাম কৰে। তেওঁ হ'ৰৰ ছবি পৰিচালনাৰ বাবে পৰিচিত।
-
ৰেজা আত্তাৰান
ৰেজা আত্তাৰান (رضا عطاران; জন্ম: ১০ মে' ১৯৬৮) এগৰাকী ইৰানী অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। মূলতঃ কাখাকৰ বাসিন্দা আত্তাৰানে অৰ্থনীতিত ডিপ্লমা অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেহৰাণ বিশ্ববিদ্যালয়ৰ ললিত কলা অনুষদত ঔদ্যোগিক ডিজাইন বিষয়ত অধ্যয়ন কৰিছিল; কিন্তু চিনামাত কৰ্মজীৱন গঢ়াৰ বাবে তেওঁ…
-
ৰেজা ডৰমিচিয়ান
ৰেজা ডৰমিচিয়ান (ফাৰ্চী: رضا درمیشیان; জন্ম ৬ নৱেম্বৰ, ১৯৮১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দাৰিউচ মেহৰ্জুই, ফেৰেইডুন জেৰানী আৰু আলীৰেজা ডাভুদ নেজাদৰ দৰে বিশিষ্ট পৰিচালকসকলৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।