চলচ্চিত্ৰ
৯৭ প্ৰবন্ধ
-
৮০০ (চলচ্চিত্ৰ)
৮০০ হৈছে ক্ৰিকেটৰ ইতিহাসৰ সৰ্বাধিক উইকেট দখলকাৰী শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ মুত্তিয়া মুৰালিধৰণৰ জীৱন আৰু কেৰিয়াৰৰ আধাৰত নিৰ্মিত ২০২৩ চনৰ ভাৰতীয় তামিল ভাষাৰ জীৱনীমূলক ক্ৰীড়া ছবি। ছবিখনৰ পৰিচালনা কৰিছে এম. শ্ৰীপাথী। ৰচনা কৰিছে এম.এচ. শ্ৰীপাথী আৰু শ্বেহন কৰুণাটিলক।
-
ৰাজী (চলচ্চিত্ৰ)
ৰাজী ( Raazi; অনুবাদ. চুক্তি/গোপনীয়) হৈছে ২০১৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ চোৰাংচোৱা থ্ৰিলাৰ ছবি। যাৰ পৰিচালক মেঘনা গুলজাৰ আৰু বিনীত জৈন, কৰণ জোহৰ, হিৰু যশ জোহৰ আৰু অপূৰ্ব মেহতাৰ প্ৰযোজক জংগলী পিকচাৰ্ছ আৰু ধৰ্ম প্ৰডাকচনৰ বেনাৰত।
-
ৰুহী (চলচ্চিত্ৰ)
ৰুহী (Roohi) হৈছে ২০২১ চনত হাৰ্দিক মেহতাৰ পৰিচালিত আৰু দীনেশ বিজানৰ প্ৰযোজক মেডক ফিল্মছ বেনাৰত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কমেডী হৰৰ ছবি। ইয়াত হানিমুনত কইনাক অপহৰণ কৰা ভূতৰ কাহিনী কোৱা হৈছে। ছবিখনত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও, জাহ্নৱী কাপুৰ আৰু বৰুণ শৰ্মাই।
-
ৰেজা আল্লামেজাদেহ
ৰেজা আল্লামেজাদেহ (ফাৰ্চী:رضا علامهزاده) হৈছে নেদাৰলেণ্ডত বসবাস কৰা ইৰাণত জন্মগ্ৰহণ কৰা এজন ডাচ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সমালোচক আৰু লেখক। তেওঁ মূলতঃ শৰণাৰ্থীসকলৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ যেনে দ্য গেষ্টছ অৱ হোটেল এষ্টোৰিয়া (১৯৮৮) আৰু ইৰাণৰ ইছলামিক শাসন-ব্যৱস্থাৰদ্বাৰা ইউৰোপত বিৰোধী নেতাসকলক…
-
ৱমেন (১৯১৮ চনৰ চলচ্চিত্ৰ)
ৱমেন (ইংৰাজী: Woman), যিখন ইয়াৰ ফৰাচী শীৰ্ষক 'ল’এটাৰ্নেল টেণ্টাট্ৰিচ' নামেৰেও জনাজাত, হ'ল ১৯১৮ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান নিৰ্বাক নাট্যধৰ্মী চলচ্চিত্ৰ। মৰিচ টুৰ্ণিয়াৰৰ দ্বাৰা পৰিচালিত এইখন এখন ৰূপকধৰ্মী চলচ্চিত্ৰ য’ত বিভিন্ন সময়ৰ মাজেৰে নাৰীৰ কাহিনী প্ৰদৰ্শন কৰা হৈছে।
-
ৱাইড এংগল (চলচ্চিত্ৰ)
ৱাইড এংগল (ইংৰাজী: Wide Angle) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা জীৱন নাথৰ দ্বাৰা পৰিচালিত, অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপৰ্টাৰৰ ছবি'ৰ আধাৰত নিৰ্মিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
ৱিকিপিডিয়াকলৈ নিৰ্মিত চলচ্চিত্ৰসমূহ
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া:'মূল প্ৰবন্ধ: দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া'দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া (Wiki's Warhead আৰু Wiki's Truth বুলিও জনা যায়) হৈছে ২০০৮ চনৰ ৱিকিপিডিয়া বিষয়ক এখন ডাচ প্ৰামাণ্যচিত্ৰ। ইয়াৰ পৰিচালনা কৰিছিল আইচব্ৰেণ্ড ভেন ভেলেন-এ।